১৭ মে’ৰ পাছত আৰু কিমান দিন লকডাউন?

Share This Article

লক্ ডাউন পুনৰ বৃদ্ধি হ’ব নেকি? নে অহা দেওবাৰেই শেষ হ’ব দেশজোৰা লক্ডাউন? ৰেড,অ’ৰেঞ্জ আৰু গ্ৰীণ জ’নৰ পৰিৱৰ্তে অন্য পদ্ধতিৰে কোভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হ’ব নেকি? এনে বহু প্ৰশ্নৰ মাজতেই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
ইয়াৰ পূৰ্বেই আজি কেবিনেট সচিব ৰাজীব গৌবাই দেশৰ সকলো ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক আলোচনাত মিলিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি সোমবাৰে বিয়লি ৩বজাত মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.