The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ৰাজ্যত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ৪০২৬৯, প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে লাভ কৰিছে ব্যাপক সঁহাৰি

ক’ভিদ-১৯ ৰ পৰা সুস্থ হোৱাৰ ক্ষেত্ৰত অন্যতম ফলদায়কৰূপে বিবেচিত হোৱা প্লাজমা থেৰাপিৰ বাবে প্ৰয়োজনীয় প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যাপক সঁহাৰি লাভ কৰা কথা জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে ৫৫ জন কৰোনাৰ পৰা সুস্থ হোৱা লোকে গুৱাহাটী চিকিৎসা…

হঠাৎ ৰিপুন বৰাক দিল্লীলৈ তলব কিয়?

বৃহস্পতিবাৰে অৰ্থাৎ কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক হঠাৎ তলব কৰা হ’ল দিল্লীলৈ ৷ খোদ ছোনিয়া গান্ধীয়ে ৰিপুন বৰাক তলব কৰাক লৈ ৰাজনৈতিক মহলত জোৰদাৰ চৰ্চা চলিল ৷ নিৰ্বাচনৰ আগে আগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব নেকি – তাক লৈও…

প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণত কিয় বিৰোধিতা একাংশ বিজেপি সাংসদৰ ?

হঠাৎ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণৰ বিষয়টোক লৈ সৰব হৈ উঠে বিজেপিৰ জ্যেষ্ঠ সাংসদ জগদাম্ভিকা পাল। শুক্ৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা পাব্লিক একাউণ্ট কমিটি চমুকৈ(PAC) ত এইকথা কৈ শ’লঠেকত পৰে সাংসদ গৰাকী। যেন কেঁচু খান্দোতে সাপ ওলাল । দৰাচলতে…

জনশূন্য মহানগৰ,কঠোৰ প্ৰশাসন,ওলালেই শাস্তি!

পুৱাৰে পৰা গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত চলিছে আৰক্ষীৰ অভিযান।বাহিৰলৈ ওলোৱা প্ৰতিজন ব্যক্তিৰ ওপৰত চলোৱা হৈছে অভিযান।পৰীক্ষা কৰা হৈছে প্ৰতিজন ব্যক্তিৰ নথি পত্ৰ।জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলক ৰেহাই দিয়াৰ বিপৰীতে অনাৱশ্যকীয় কামত বাহিৰলৈ ওলোৱা সকলৰ ওপৰত বিহা হৈছে জৰিমনা,জব্দ কৰা হৈছে…

চীনৰ ৰাষ্ট্ৰপতিৰ লগত দোলনাত উঠিছিল মোডী।তাৰপিছতো আক্ৰমণ কিয়?

২০১৪ চন।সাবৰমতীত এখন দোলনাত উঠিছিল নৰেন্দ্ৰ মোডী, লগত আছিল চীনৰ ৰাষ্ট্ৰপতি চি জিংপিং।২০১৮ চন।ৱুহানৰ এক মনোৰম হ্ৰদৰ পাৰত নৰেন্দ্ৰ মোডীয়ে এক কূটনৈতিক আলোচনা কৰিছিল চীনৰ ৰাষ্ট্ৰপতি জনৰ লগত।আঠ মাহ আগৰ কথা।মমল্লপুৰমৰ এখন নদীৰ বুকুত দুয়োজনৰ মাজত হৈছিল আন এখন আলোচনা।…

হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী!

অসমৰ গৌৰৱ হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী।হয়,হিমা দাসক লৈ আজি News 18 Bangla ত প্ৰকাশিত এক বাতৰিত হিমা দাসক এগৰাকী বাঙালী কন্যা বুলি অভিহিত কৰা হৈছে। প্ৰতিজন অসমবাসীয়ে গৌৰৱৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হিমা দাস শেহতীয়াকৈ মনোনীত হৈছে ৰাজীৱ…

৮৫শতাংশ শ্ৰমিক ঘৰলৈ উভতাৰ নামত খৰছ কৰিবলগীয়া হৈছিল নিজা ধন…

দেশৰ এটা স্বেচ্ছাসেৱী সংগঠন ষ্টেণ্ডাৰ্ড ৱৰ্কাৰ্ছ একশ্যন নেটৱৰ্কৰ মতে দেশৰ ৮৫শতাংশ শ্ৰমিকে স্ব-ৰাজ্যলৈ ঘুৰি যোৱাৰ বাবদ নিজা ধন খৰছ কৰিব লগা হৈছে। ২৮ মেত ছুপ্ৰীম কৰ্টে প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰৰ ধনেৰে ঘুৰাই অনাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছিল।এক সংবাদমাধ্যমত প্ৰকাশিত অনুসৰি,…

অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ অধিক তত্পৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়তেই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব হঠাত অসুস্থ হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিডনীত ধৰা পৰিছে ৩.৭৬mmৰ পাথৰ। পেটৰ বিষ হোৱাত জিএমচিএইচত দেওবাৰে পৰীক্ষা…

২১সপ্তাহীয়া অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰ্গাৰৰ পক্ষত মাৰ্কিন সংগঠন

১২ বাৰ জামিন আবেদনৰ পিছতো অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰগাৰে পোৱা নাই জামিন। এইবাৰ ছাফুৰাৰ জামিনৰ পক্ষত মাত দিছে মাৰ্কিন আইনজীৱী সংগঠনে। তেওঁলোকে কয় যে ছাফুৰাক বন্দী কৰি ৰখাটো আন্তৰ্জাতিক আইন বিৰোধী কাৰ্য। সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদত…

‘পবিত্ৰ ৰিস্তা’, ‘MS Dhoni’ৰ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই

ইজনৰ পিছত সিজনকৈ বলীউডৰ অভিনেতা, মিউজিক ডাইৰেক্টৰৰ মৃত্যুৰ খবৰৰ পিছতেই আহিছে আন এক দুখবৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ দুখবৰে অভিনয়প্ৰেমী ৰাইজক ম্ৰিয়মাণ কৰি তুলিছে। দেওবাৰে মুম্বাইৰ বান্দ্ৰাত থকা ঘৰত ফাঁচী লৈ ওলমি থকা অৱস্থাত পোৱা গৈছে…