সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিমান বন্দৰৰ পিছত এইবাৰ ভাৰতীয় ৰে’লৱে সংস্থা IRCTC ত নিজৰ অংশীদাৰত্ব বিক্ৰীৰ পৰিকল্পনা মোডী…

বিমান বন্দৰক বেচৰকাৰী খণ্ডৰ হাতত গটাই দিয়াৰ পিছত এইবাৰ মোডী চৰকাৰে ৰে’লৰ সংস্থা IRCTCত নিজৰ শ্বেয়াৰৰ অংশ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। CNBC আৱাজৰ এক বাতৰি অনুসৰি IRCTCত ‘Offer For Sale’ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিজৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ…

২৭% কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন ক্লাছৰ বাবে নাই ফোন আৰু লেপটপ

কৰোনা ভাইৰাছৰ ফলত হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত শ্ৰেণীকোঠাত পাঠদান সম্ভৱপৰ নোহোৱাৰ বাবে বৰ্তমান শিক্ষানুষ্ঠান সমূহত চলি আছে অনলাইন ক্লাছ। কিন্তু এই অনলাইন ক্লাছ কৰিবলৈ প্ৰয়োজনীয় ইণ্টাৰনেট, স্মাৰ্ট ফোন অথবা লেপটপৰ অভাৱ বহুতো দৰিদ্ৰ ছাত্ৰ…

এতিয়াৰ পৰা সকলো কেন্দ্ৰ চৰকাৰৰ চাকৰিৰ বাবে অনুষ্ঠিত হ’ব এটাই পৰীক্ষা

কেন্দ্ৰীয় কেবিনেটে কেবিনেটে এইবাৰ দেশৰ চাকৰি প্ৰাৰ্থীৰ নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এতিয়াৰ পৰা বিভিন্ন বিভাগে পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চীৰ জৰিয়তে এটা…

গুৱাহাটী বিমান বন্দৰক ৫০ বছৰৰ বাবে ব্যক্তিগত খণ্ডক গতালে মোডী চৰকাৰে

আজি মোডী চৰকাৰৰ কেবিনেটে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰক ৫০ বছৰৰ বাবে পাব্লিক প্ৰাইভেট পাটনাৰশ্বিপৰ আধাৰত লিজত দিয়াৰ বাবে সন্মতি প্ৰদান কৰে। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰ পৰিচালনাৰ বাবে…

ভাৰতত আৰম্ভ Covaxin ৰ তৃতীয় পয্যায়ৰ পৰীক্ষণ

দেশবাসীৰ বাবে এক সু-খবৰ। আজিৰে পৰা ভাৰতত আৰম্ভ হৈছে Covaxin ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ। আৰু এই পৰীক্ষণ সফল হোৱাৰ পিছতেই ৰাইজৰ বাবে উপলব্ধ হ'ব ভেকচিন। চিকিৎসকৰ মতে সকলোতকৈ দীঘলীয়া হ'ব এই তৃতীয় পৰ্যায়ৰ পৰীক্ষণ। আৰু এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয়…

পুনৰ অগ্নিকুণ্ডত পৰিণত হ’ল বাঘজান

সম্পূৰ্ণ ৮৩ দিনৰ পাছত অগ্নি নিৰ্বাপন হৈছিল বাঘজানত। বহু প্ৰচেষ্টাৰ অন্তত অইল ইণ্ডিয়া লিমিটেডে বিদেশী বিশেষজ্ঞৰ তত্বাৱধানত ৫নং খাদটোত বি অ' পি স্থাপন কৰিবলৈ সক্ষম হৈছিল। কিন্তু প্ৰায় ১০/১৫ মিনিটৰ বাবে জুই সম্পূৰ্ণ ৰূপে নিৰ্বাপিত হোৱাৰ পিছত…

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত CBI ক কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অভিনেতা সুশান্ত সিং ৰাজপুৰত মৃত্যুৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰি কয় যে এই গোচৰৰ তদন্ত চিবিআয়ে কৰিব। সুশান্তৰ প্ৰেমিকা আৰু এই গোচৰত সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ বিৰুদ্ধে পাটনাত দাখিল কৰা এফ আই আৰ মুম্বাইলৈ ট্ৰান্সফাৰ…

নিৰ্বাচন আহি আছে, অসমত বৰ্তমান চলিছে নতুন ৰাজনৈতিক দলৰ জোৱাৰ

নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী, কিন্তু যোৱা প্ৰায় ৪-৫ মাহত অসমত আবিৰ্ভাৱ হৈছে বহু কেইটা নতুন দলৰ। 'কা' আন্দোলনৰ ফলত অসমৰ জনগণৰ যি বিজেপি বিৰোধী মত তাক লৈয়ে যেন সকলো জলপনা কল্পনা। ইতিমধ্যে অসমত কেইবাটাও ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া…

লকডাউনত প্ৰায় ১৮.৯ মিলিয়নে হেৰুৱালে বৈতনিক চাকৰি

কৰোনা ভাইৰাছ আৰু তাৰ পৰিপেক্ষিতত হোৱা লকডাউনত প্ৰায় ১৮.৯ মিলিয়নে বৈতনিক চাকৰি হেৰুৱালে। এই তথ্য প্ৰকাশ পাইছে Centre for Monitoring Indian Economy সংস্থাটোৰ এক অধ্যয়নত। সংস্থাটোৰ এই তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত এপ্ৰিল মাহত ১৭.৭ মিলিয়নে…

অহা বছৰ মাৰ্চ মাহৰ ভিতৰত ৪ টা চৰকাৰী বেংক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ পৰিকল্পনা মোডী চৰকাৰৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকৰে ৪ তা চৰকাৰী বেংকক ব্যক্তিগতকৰণৰ কাম কাজ খৰতকীয়া কৰিছে। jansatta নামৰ নিউজ পৰ্টেলটোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি দেশৰ আগশাৰীৰ ৪ তা চৰকাৰী বেংকত চৰকাৰে নিজৰ অংশীদাৰত্ব বিক্ৰীৰ যো জা চলাইছে। বাতৰিটোত উল্লেখ কৰা…