Investigative reporting with dedication.

আজি মোডী চৰকাৰৰ কেবিনেটে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰক ৫০ বছৰৰ বাবে পাব্লিক প্ৰাইভেট পাটনাৰশ্বিপৰ আধাৰত লিজত দিয়াৰ বাবে সন্মতি প্ৰদান কৰে।
যোৱা বছৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰ পৰিচালনাৰ বাবে হোৱা বিডিংত আদানী গ্ৰুপে লাভ কৰিছিল।
আজিৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে সন্মতি প্ৰদান কৰাৰ পাছত গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰ এতিয়া ৫০ বছৰৰ বাবে আদানী গ্রুপৰ হাতলৈ যাব।
featured photo courtesy: Pratidin Time




