সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেনেকৈ বাঢ়িল এভাৰেষ্টৰ উচ্চতা?

আপোনালোকে পাহাৰ খহা দেখিছে অথবা শুনিছে। কিন্তু পাহাৰ গঢ়া দেখিছেনে? আজি শুনক এটা শৃংগ গঢ়ি উঠাৰ কথা। বিশ্বৰ সৰ্বোচ্চ শৃংগটোৱেওই হৈছে মাউন্ট এভাৰেষ্ট। এই মাউন্ট এভাৰেক্টৰেই উচ্চতা বাঢ়িছে। এই কথা যুটীয়াভাবে ঘোষণা কৰিছে চীন আৰু নেপালে। বৰ্তমান

১১ ডিচেম্বৰত কি হ’ব?

অহা ১১ ডিচেম্বৰৰ দিনটোত ক'লা দিৱস উদযাপন কৰাৰ ঘোষণা উত্তৰ পূব ছাত্র সন্থাৰ। উল্লেখ্য যে, ২০১৯ চনৰ ১১ ডিচেম্বৰতেই সদনত নাগৰিকত্ব আইন গৃহীত হৈছিল। সেয়ে উত্তৰ পূব ছাত্র সন্থাই ১১ ডিচেম্বৰৰ দিনটো ক'লা দিন হিচাপে ঘোষণা কৰি প্ৰতিবছৰে এই দিৱস

১০ ডিচেম্বৰত BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

১০ ডিচেম্বৰ অৰ্থাৎ কাইলৈ BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিত হ'ব ভোটগ্ৰহণ। ইতিমধ্যেই দুয়োখন জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ১,৪০৭ টা ভোটগ্ৰহন কেন্দ্ৰত অনুষ্ঠিত হ'ব

কি কি বন্ধ থাকিব আৰু কি কি খোলা থাকিব ৮ চেপ্তেম্বৰৰ ভাৰত বন্ধত !

সিন্ধু সীমাত আন্দোলনৰত যোগেন্দ্ৰ য়াদবে জনাই: ৮ তাৰিখে কৃষক বিদ্ৰোহৰ সমৰ্থনত বন্ধ থাকিব সমগ্ৰ দেশ। গধুলি ৩ বজালৈ অব্যাহত থাকিব চকা বন্ধৰ কাৰ্যসূচী। দূগ্ধ, ফল-মূল, শাক-পাছলিৰ সৰবৰাহ বন্ধ কৰিব বিদ্ৰোহীয়ে। আনহাতে, তৎকালীন সেৱাসমূহত কোনো ধৰণৰ…

CAA ৰ বিৰুদ্ধে পুনৰ সৰব কণ্ঠশিল্পী জুবিন গাৰ্গ।

CAA ৰ বিৰুদ্ধে পুনৰ সৰব হ’ল কণ্ঠশিল্পী জুবিন গাৰ্গ। আগন্তক জানুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইন বলৱত্‍ হ’লে আকৌ ৰাজপথৰ আন্দোলনত নমাৰ হুংকাৰ দিলে জুবিন গাৰ্গে। জুবিন গাৰ্গে কয় যে, ‘সমগ্ৰ দেশতে জানুৱাৰীৰ পৰা কা’ বলৱত্‍ হ’লে আমি সহজে এৰি…

আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত জাতীয় শ্বহীদক অপমান এবিভিপি কৰ্মীৰ

উদ্ভদালিৰ সকলো সীমা পাৰ কৰি অসম আৰু অসমীয়া জাতিৰ নামত শ্বহীদ হোৱা অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক অপমান ABVP কৰ্মীৰ।বিজেপিৰ পৃষ্ঠপোষকতাত চলা ABVP ৰ কৰ্মীয়ে উদ্ভদালিৰ চৰম সীমা পাৰ কৰি অসম আন্দোলনৰ শ্বহীদক অপমান কৰি তেওলোকৰ সুঁৱৰি আয়োজন কৰিবলগীয়া…

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত থকা বিজ্ঞান প্ৰতিষ্ঠানৰ নাম আৰ এছ এছ নেতাৰ নামলৈ সলনিৰ…

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত থকা বিজ্ঞান প্ৰতিষ্ঠানৰ নাম আৰ এছ এছ নেতাৰ নামলৈ সলনিৰ সিদ্ধান্ত গ্ৰহণ। তিৰুৱন্তপুৰমত থকা ৰাজীৱ গান্ধী বায়'টেকন'ল'জি কেন্দ্ৰৰ নাম সলনি কৰি আৰ এছ এছৰ প্ৰাক্তন নেতা তথা উগ্ৰ হিন্দুত্ববাদী মতাদৰ্শৰ…

আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বিটিচিৰ মুঠ ৪০ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২১ টা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে বিটিচিৰ এই ভোটগ্ৰহণ। ৪ খন জিলাৰ ভিতৰত ২ খন জিলা ক্ৰমে ওদালগুৰি আৰু বাক্সাত অনুষ্ঠিত…

বিটিচি নিৰ্বাচন সমাগত

সমাগত বিটিচি নিৰ্বাচন। দল সমূহে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কিন্তু তাৰ মাজতে ৰাজনৈতিক নেতা সকলৰ মাজত তুংগত আছে বাকযুদ্ধ। আৰু তাৰ লগতে দেখা গৈছে বিজেপি এৰি বিপিএফ ত যোগদান কৰিছে কেইবাগৰাকীও বিজেপি নেতাই। পাচনৈ চেৰফাং সমষ্টিত বিজেপিৰ নেতাই…

৮ ডিচেম্বৰত সমগ্ৰ দেশত ভাৰত বন্ধ ঘোষণা।

দেশৰ ৰাজধানীৰ সীমাত আজি ১০ দিনে অব্যাহত আছে কৃষক বিদ্ৰোহ। তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানৰ কৃষক দিনে দিনে উগ্ৰ হৈ পৰা দেখা গৈছে। এই কৃষি আইন বাতিলৰ দাবীত এদিনীয়া ভাৰতবন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে।আৰু ৮ ডিচেম্বৰত সমগ্ৰ…