The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বিশ্ববিখ্যাত তাজমহল

পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বিশ্ববিখ্যাত তাজমহল আৰু আগ্ৰাফ’ৰ্ট । ২১ ছেপ্টেম্বৰৰ পৰা মুকলি হ’ব তাজমহল। যিহেতু বিশ্বত কৰ’ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল সেয়ে ১৭ মাৰ্চৰ পৰাই বন্ধ কৰি দিয়া হৈছিল তাজমহল আৰু আগ্ৰাফ’ৰ্ট। আৰু অৱশেষত পুনৰ পৰ্যটকৰ…

আকৌ আহি আছে PUBG!

পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। ভাৰতত PUBG ৰ নিষেধাজ্ঞা আঁতৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। কিয়নো পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তিৰ জৰিয়তে কৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে আৰু ভাৰতত…

ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ

আজি নাৰক’টিকছ কনট্ৰ’ল বিউৰিঅ(NCB) য়ে ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ এক গোচৰত গ্ৰেপ্তাৰ কৰে। এই গোচৰত ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন প্ৰায় দহ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌৱিক, সুশান্ত সিঙ ৰাজপুতৰ ৰান্ধনী…

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতি ঋণাত্মকেই হ’ব: FITCH

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত ভাৰতৰ…

ত্ৰিপুৰা: নীৰমহল উদয়পুৰ আৰু পিলাক-জিতাদিত্য নাৰ্জাৰী

-আগৰ খণ্ডৰ পৰা ৰাতিপুৱা উঠি মই এখন ট্ৰেইন ধৰি ধর্মনগৰৰ পৰা আগৰতলা লৈ ওলালোঁ। এইখিনিতে কৈ থোৱা ভাল হব যে ত্ৰিপুৰাৰ ৰেলব্য‌ৱস্থা মই ভবাতকৈ যথেষ্ট উন্নত আছিল। ইয়াৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক যোগ কৰি ৰেল লাইন বনোৱা হৈছে (বাংলাদেশলৈ সংযোগ কৰাৰ…

বাঘজানৰ জুই নুমোৱাবলৈ তান্ত্ৰিক অনা বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে:অইল ইণ্ডিয়া

তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈল খাদৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। বিদেশৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হ’ব পৰা নাই অইল কৰ্তৃপক্ষ। ইয়াৰ পিছতে আজি কিছু সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰে এক বাতৰি।…

EIA ক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকল নিমাত কিয়?

EIA-2020 ৰ বিৰুদ্ধে দেশৰ শিক্ষাবিদ, বিজ্ঞানী আৰু গৱেষক সকল সৰৱ হৈ উঠাৰ সময়তো কিয় কোনো কানসাৰ নাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকলৰ। ইতিমধ্যে দেশৰ ৫ শতাধিক শিক্ষাবিদ , বিজ্ঞানী আৰু গৱেষক সকলে এই জননীখন প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত…

তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে: ৰাহুল গান্ধী

যোৱা কিছুদিন ধৰি নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’কে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ Youtube সম্প্ৰচাৰত দেশৰ যুৱ শক্তিয়ে Dislike ৰ পাহাৰ গঢ়াৰ পাছত বিজেপি আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে নৰেন্দ্ৰ মোদীৰ ভিডিওত Youtube ত ‘Like’-‘dislike’ ৰ সুবিধা বন্ধ কৰাৰ পাছতে এইবাৰ সৰৱ…