The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ: নিষিদ্ধ হ’ল PUBG

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ।আজি ভাৰত চৰকাৰে ১১৮ চীনা app নিষিদ্ধ ঘোষণা কৰে। এই নতুন App ৰ ভিতৰত আছে বহুল ভাৱে জনপ্ৰিয় PUBG। গতিকে এতিয়াৰ পৰা আপুনি আৰু PUBG খেলিব নোৱাৰিব। লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে আজি ভাৰত চৰকাৰে…

ৰেল বিভাগৰ বিশেষ ঘোষণা: ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল

ৰেল বিভাগৰ বিশেষ ঘোষণা। ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল। আনলক ৪ৰ নিৰ্দেশনা অনুসৰি সকলো যান-বাহনৰ চলাচলত অনুমতি প্ৰদানৰ পিছতেই ইতিমধ্যে ৰেলৱে বিভাগে ৰাজ্য চৰকাৰ আৰু কৰ্তৃপক্ষৰ মাজত আলোচনা হয় পৰৱৰ্তী সময়ত ৰেল চলাচল সন্দৰ্ভত। আনফালে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীযুষ…

CBI, ED ৰ গোচৰৰ পাছতে কিয় মুম্বাই বিমান বন্দৰৰ পৰিচালনা কৰা GVK গ্ৰুপে আদানীৰ লগত সহযোগ কৰিবলৈ মান্তি হ’ল?

PHOTO COURTESY: ECOLOGISE

দেশত এতিয়া বিমান বন্দৰৰ কিনা বেছা চলিছে। যোৱা কিছুদিন পূৰ্বে আদানী গ্রুপক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰ ৫০ বছৰৰ বাবে গটাই দিছিল কেন্দ্ৰীয় চৰকাৰে। সেই সময়তে এটা চর্চা চলিছিল যে অতিশীঘ্ৰে ইতিমধ্যে ব্যক্তিগত কৰণ হোৱা মুম্বাই বিমান বন্দৰো যাব আদানী…

অখিল গগৈৰ আইনী যুঁজৰ বাবে জুবিন গাৰ্গে আগবঢ়ালে পঞ্চাশ হাজাৰ টকাৰ সাহায্য

‘কা’ আন্দোলনৰ বন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ আইনী যুঁজৰ বাবে জুবিন গাৰ্গৰ “কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন”ৰ ৫০,০০০ (পঞ্চাছ হাজাৰ) টকাৰ অৰ্থ সাহাৰ্য্য প্ৰদান। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুজঁ চলাবলৈ যোৱা ১৩ আগষ্টৰ পৰা কৃষক মুক্তিয়ে…

লাডাখ সীমান্তত চীনা সৈন্যক প্ৰতিৰোধ কৰা ‘বিকাশ বেটেলিয়ন’ আচলতে কি?

photo courtesy: The Print

লাডাখ সীমান্তত ভাৰত চীনৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ মাজতে এতিয়া চর্চালে আহিছে এটা বিশেষ নাম। বিকাশ বেটেলিয়ন বা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ(SFF) নামে জনাজাত এই বিশেষ সামৰিক গোটতোৰ বহু সাহসিকতাৰ কাহিনী এতিয়া সংবাদ মাধ্যমত বিয়পি পৰিছে। কিছু সূত্ৰৰ পৰা জানিব পৰা মতে…

বৰাক উপত্যকাক বিজেপিয়ে মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ প্ৰদীপ দত্ত ৰায়ৰ

বৰাক উপত্যকাক অৱহেলা কৰিছে নেকি বিজেপি চৰকাৰে? বঙালী বিৰোধী দল নেকি বিজেপি? কিয় ইমান দিনে শিলচৰ ষ্টেচনক ভাষা শ্বহীদৰ নামেৰে নামাকৰণ হোৱা নাই? এই প্ৰশ্ন আকছাৰ প্ৰতিষ্ঠাতা সভাপতি তথা উচ্চ ন্যায়ালয়ৰ বিশিষ্ট আইনজীৱী প্ৰদীপ দত্ত ৰায়ৰ। শেহতীয়াকৈ বিজেপিক বঙালী বিৰোধী…

দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত দেৱাঙ্গনা কলিতাক জামিন মঞ্জুৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

আজি দিল্লী উচ্চ ন্যায়ালয়ৰ এক জনীয়া বিচাৰপীঠে দেবঙ্গনা কলিতাক তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা FIR No 50/2020 ত জামিন মঞ্জুৰ কৰে। ইয়াৰ লগে লগে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৪ তা গোচৰৰ তিনিটা গোচৰতে জামিন লাভ কৰে দেৱাঙ্গনা কলিতাই। আজি জামিন লাভ…

এপ্ৰিল -জুন মাহৰ ভাৰতৰ অৰ্থনীতি উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ -২৩.৯%

photo courtesy : The Financial Express

আজি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ যোৱা এপ্ৰিল ৰ পৰা জুন মাহলৈ ঋণাত্মক বুলি জানিব দিছে। ভাৰত চৰকাৰৰ এই তথ্য অনুসৰি যোৱা তিনি মাহত ভাৰতৰ GDP হৈছে -২৩.৯%। ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা যোৱা কেইবাদিনো ধৰি চর্চা…