Investigative reporting with dedication.
সুশান্ত সিঙ ৰাজপুতৰ বিহাৰী পৰিচয়ক লৈ বিজেপিয়ে ৰাজনীতি কৰা আখ্যা দি কংগ্ৰেছৰ হুংকাৰ “ৰিয়া চক্ৰৱৰ্তী বঙালী ব্ৰাহ্মীন”

যোৱা প্ৰায় কেইবা মাহো ধৰি সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু আৰু তেখেতৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে দেশৰ আটাইবোৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। যিমানেই ই সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰিছে সিমানেই ৰাজনৈতিক নেতা আৰু দল সমূহেও ইয়াকে লৈ আৰম্ভ…










