সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লাভলীনালৈ ডি এছ পিৰ চাকৰি : আৰু কি কি উপহাৰ অসম চৰকাৰৰ ?

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পিৰ চাকৰি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াবিদগৰাকীক ১ কৌটি টকাৰ…

ক’ৰোণাৰ তৃতীয় ঢৌ ! ৬ দিনত আক্ৰান্ত ৩০০ ৰো অধিক শিশু

ক’ৰোণাৰ তৃতীয় ঢৌৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিগত ৬ দিনত বাংগালুৰুত কোভিডত আক্ৰান্ত হৈছে ৩০০ ৰো অধিক শিশু ৷ আক্ৰান্তসকলৰ ১২৭ টি শিশুয়ে ৯ বছৰ বয়সৰ তলৰ ৷ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ১৭৪ টি শিশু – কিশোৰো কোভিডত আক্ৰান্ত হৈছে ৷ কৰ্ণাটকত একেলগে ইমানসংখ্যক…

তালিবানৰ অধীনলৈ যাব নেকি আফগানিস্তান ?

আফগানিস্তানত অব্যাহত আছে আফগান সেনা আৰু তালিবানৰ মাজত তয়াময়া যুদ্ধ ৷ তালিবানৰ লগত সমুখ সমৰত বাৰে বাৰে হাৰ মানিছে সেনাবাহিনীয়ে ৷এনেসময়তে অচিৰেই তালিবানে দেশখনৰ ৰাজধানী কাবুল দখল কৰি চৰকাৰৰ পতন ঘটাব বুলি ভৱিষ্যতবাণী কৰিছে  আমেৰিকাৰ চোৰাংছোৱা…

জনতাক মাধমাৰ : পেট্ৰ’ল-ডিজেলৰ পৰা কিমান কৰ সংগ্ৰহ কৰিলে মোদী চৰকাৰে ?

পেট্ৰ’ল – ডিজেলৰ অভাবনীয় মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰিছে ৷ কিন্তু তাৰ পাছতো জনসাধাৰণক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ বৰং জনতাৰ মূৰত মাধমাৰ সোধাই পেট্ৰ’ল – ডিজেলৰ পৰা অধিক কৰ সংগ্ৰহ কৰাতহে ব্যস্ত হৈ পৰিছে মোদী…

মোদীৰ আমোলত কিমান ধাৰত পোত গ’ল ভাৰত ?

দুই কৌটি কৰ্মসংস্থাপন , কৃষকৰ আয় দুগুণ কৰা , ক’লা ধন ঘূৰাই অনা আদি বিবিধ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ ৷ কোনো এটা প্ৰতিশ্ৰুতিয়েই আজিলৈ পূৰণ নহ’ল ৷ কিন্তু আন এটা দিশত মোদীৰ শাসনকালত ভাৰতে আকাশ চুবলৈ সক্ষম হৈছে ৷ সেয়া হ’ল…

দিল্লীৰ ৰাজপথত কিয় নামিল বিৰোধী ?

পেগাছাছ ছফটৱেৰৰ অপপ্ৰয়োগ আৰু ক’লা কৃষি আইনৰ বিৰুদ্ধে বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ অব্যাহত আছে ৷বৃহস্পতিবাৰে সংসদ ভবনৰ পৰা দিল্লীৰ বিজয় চ’ক পৰ্যন্ত প্ৰতিবাদী সমদল উলিয়ালে  কংগ্ৰেছ , শিবসেনাসহ বিৰোধী দলৰ নেতাসকলে ৷তাৰ পূৰ্বে ১৫ টাকৈ বিৰোধী দলৰ…

লক্ষ্য ২০২৪ : দিল্লীত আৰম্ভ হৈছে নৈশভোজৰ ৰাজনীতি

বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে এইবাৰ উদ্যোগ গ্ৰহণ কৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে অহা ২০ আগষ্টত বিৰোধী নেতাসকলৰ সৈতে এখন ভাৰ্ছুৱেল বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰীগৰাকী ৷এই বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা…

IIT GUWAHATI ৰ এটা বেয়া খবৰ

ক'ভিডৰ কালৰূপৰ বাবেই ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে দেশৰ শৈক্ষিক পৰিকাঠামো । মানসিকভাৱে ভাগি পৰিছে  শিক্ষাৰ্থী সকল। অনলাইন শিক্ষা ব্যৱস্থাই পূৰণ কৰিব পৰা নাই  ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজনীয়তা। কিন্তু এই উদ্বেগজনক পৰিস্হিতিৰ মাজতে দেশৰ শিক্ষা…

পাহাৰ খহি মৃত্যু ১০ গৰাকীৰ , আহত বহুজন

হিমাচল প্ৰদেশত সংঘটিত এক ভয়ানক ভূমিস্খলনৰ ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে ৷ পি টি আইৰ খবৰ অনুসৰি , বুধবাৰৰ দুপৰীয়া পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলত এখন বাছৰ লগতে কেবাখনো বাহন আবদ্ধ হৈ পৰিছিল ৷ এই ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী লোক…

মুখ্য সচিবক মাৰপিটৰ গোচৰত মুখ্যমন্ত্ৰীক দোষমুক্ত ঘোষণা

মুখ্য সচিবক মাৰপিটৰ গোচৰত আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ,উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়া আৰু অন্য ন জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে ৷অৱশ্যে  আদালতে বিধায়ক আমানুতুল্লা খান আৰু প্ৰকাশ জাৰৱালৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰদান…