সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

 আফগানিস্তানত এয়া কি হৈছে? কিয় মচি পেলোৱা হৈছে দেৱালত থকা নাৰীৰ প্ৰতিচ্ছবি?

আফগানিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম Tolo Newsৰ মুৰব্বী লোটফুল্লাহ নাজাফিজাদাই টুইটযোগে মুকলি কৰিছে এখন ফটো। ফটোখনত তালিবান কাবুলত প্ৰৱেশ কৰাৰ কেইঘণ্টামান পিছৰ দৃশ্য দেখা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি ফটোখনত এজন লোকে আফগানিস্তানৰ দেৱালত থকা নাৰীৰ…

 আফগানিস্তালৈ ঘূৰি আহিল তালিবানী শাসন! কি প্ৰভাৱ পৰিব ভাৰতত?

অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সদস্য কবীৰ তানেজাই প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানী শাসনৰ প্ৰত্যাৱৰ্তনে ভাৰতত কোনো প্ৰভাৱ নেপেলায়। ভাৰতে এতিয়া মাথো সামগ্ৰিক পৰিস্হিতি প্ৰত্যক্ষ কৰি আছে। বিগত চাৰি-পাঁচ দিনে ভাৰতে তালিবান কিম্বা আফগান…

আফগানিস্তান সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ দিয়া চিঠিত কি লিখিলে মালালাই ?

আফগানিস্তানৰ মহিলা আৰু শিশুসকলক লৈ উদ্বিগ্ন হৈ পৰিছে ন’বেল শান্তি পুৰষ্কাৰ বিজয়ী মালালা ইউছফজাই ৷ বিশ্ব সম্প্ৰদায়ৰ নেতাসকলক তেও আফগানিস্তানৰ ওচৰত থিয় হোৱাৰ আহ্বান জনাইছে ৷ চিঠি লিখিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানলৈও ৷ চিঠিত তেও আফগান…

টি ২০ বিশ্বকাপ : ২৪ অক্টোবৰত ভাৰত- পাকিস্তানৰ মুখামুখি ৰণ

টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ কৰিছে আই চি চিয়ে ৷ এই সূচী অনুসৰি ২৪ অক্টোবৰত ডুবাইৰ ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে মুখামুখি ৰণত নামিব ভাৰত ৷ মঙলবাৰে প্ৰকাশ কৰা সূচী অনুযায়ী ফাইনেল অনুষ্ঠিত হ’ব ১৪ নৱেম্বৰত ৷ বিৰাট কোহলী বাহিনী প্ৰথম মেচতেই…

আফগানিস্তানক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কি ক’লে ?

আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে মূলত: জগৰীয়া কৰা হৈছে আমেৰিকাক ৷ আফগানিস্তানৰ মুক্তিৰ সপোন দেখুৱাই পুণৰ তালিবানৰ হাতত ক্ষমতা তুলি দিয়া কাৰ্যক বিশ্ব সমুদায়ে সহজভাৱে ল’ব পৰা নাই ৷ এনে প্ৰেক্ষাপটত নিজৰ পক্ষ সদৰী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি…

কাবুলৰ ভাৰতীয় দূতাবাস খালী কৰাৰ সিদ্ধান্ত কিয় নতুন দিল্লীৰ ?

কাবুলৰ ভাৰতীয় দূতাবাসত থকা ৰাষ্ট্ৰদূতসহ আন আন কৰ্মচাৰীসকলক দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে ৷ আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷…

নতুন SOP ত কি কি আছে?

◆ ৰাজ্যত উন্নতি ঘটিছে ক'ভিড পৰিস্থিতিৰ। ◆ ক'ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি) কাইলৈ বুধবাৰ, ১৮ আগষ্ট ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ'ব। ◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন। ◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ…

সাময়িক সকাহ : ৰাষ্ট্ৰীয় ঘাইপথত জৰিমনা সংগ্ৰহ বন্ধ ৰখাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত চলি থকা জৰিমনাৰ সন্ত্ৰাসৰ পৰা সাময়িক সকাহ  ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ় নোলোৱা পৰ্যন্ত জৰিমনা বিহা কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷…

তালিবানক সহযোগিতাৰ আশ্বাস দি কি ক’লে চীনে ?

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা হুৱা চুনিয়াংগে কয় যে আফগানিস্তানৰ নাগৰিকৰ নিজৰ ভাগ্য আৰু ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰক চীনে সন্মান কৰে ৷ তেও লগতে কয় যে…

আফগানিস্তানৰ পৰা পলায়ন সন্দৰ্ভত কি ক’লে আশ্ৰফ ঘানিয়ে ?

দেশত্যাগ কৰাৰ পাছত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ তাৰ মাজতে সামাজিক মাধ্যমযোগে ঘানিয়ে প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া ৷ আফগানিস্তানৰ ক্ষমতা হস্তান্তৰ সম্পৰ্কত তেও কয় ,’তালিবানে তৰোৱাল আৰু বন্দুকৰ…