The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কাবুলৰ ভাৰতীয় দূতাবাস খালী কৰাৰ সিদ্ধান্ত কিয় নতুন দিল্লীৰ ?

কাবুলৰ ভাৰতীয় দূতাবাসত থকা ৰাষ্ট্ৰদূতসহ আন আন কৰ্মচাৰীসকলক দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে ৷ আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷ মঙলবাৰৰ পৰাই ভাৰতীয় বায়ুসেনাৰ দুখন বিশেষ…

নতুন SOP ত কি কি আছে?

◆ ৰাজ্যত উন্নতি ঘটিছে ক’ভিড পৰিস্থিতিৰ। ◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) কাইলৈ বুধবাৰ, ১৮ আগষ্ট ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ’ব। ◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ’ব নৈশ সান্ধ্য আইন। ◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ…

সাময়িক সকাহ : ৰাষ্ট্ৰীয় ঘাইপথত জৰিমনা সংগ্ৰহ বন্ধ ৰখাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত চলি থকা জৰিমনাৰ সন্ত্ৰাসৰ পৰা সাময়িক সকাহ  ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ় নোলোৱা পৰ্যন্ত জৰিমনা বিহা কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ঘাইপথসমূহত…

তালিবানক সহযোগিতাৰ আশ্বাস দি কি ক’লে চীনে ?

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা হুৱা চুনিয়াংগে কয় যে আফগানিস্তানৰ নাগৰিকৰ নিজৰ ভাগ্য আৰু ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰক চীনে সন্মান কৰে ৷ তেও লগতে কয় যে চীনে আফগানিস্তানৰ লগত…

আফগানিস্তানৰ পৰা পলায়ন সন্দৰ্ভত কি ক’লে আশ্ৰফ ঘানিয়ে ?

দেশত্যাগ কৰাৰ পাছত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ তাৰ মাজতে সামাজিক মাধ্যমযোগে ঘানিয়ে প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া ৷ আফগানিস্তানৰ ক্ষমতা হস্তান্তৰ সম্পৰ্কত তেও কয় ,’তালিবানে তৰোৱাল আৰু বন্দুকৰ মুখত বিচাৰ প্ৰক্ৰিয়া চলাইছে ৷এতিয়া তেওলোকেই দেশবাসীৰ…

তালিবানৰ শাসনত অকলে ঘৰৰ পৰা ওলাব পাৰিবনে মহিলাসকল ?

আফাগানিস্তানত কেনেকুৱা হ’ব তালিবানৰ শাসন ? তালিবানৰ শাসনত কেনেকৈ থাকিব লাগিব অফগান মহিলাসকল ? অকলে ঘৰৰ বাহিৰলৈ ওলাব পাৰিবনে আফগানিস্তানৰ মহিলাই ?কি কি কাম কৰিব পাৰিব অথবা কি কি চাকৰি কৰিব পাৰিব তালিবান শাসনাধীন আফগানিস্তানৰ মহিলাই ? সেই  প্ৰশ্নৰ  সবিশেষ…

অশান্ত আফগানিস্তান! কাবুল বিমানবন্দৰত পুনৰ মৃত্যুক সাৱটিলে ৫ জনে

আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সৃষ্টি হৈছে অৰাজক ,উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল দখল দখল কৰাৰ পিছতে কাবুল বিমানবন্দৰত ভিৰ কৰিছে হাজাৰ হাজাৰ আফগান নাগৰিকে। ভাইৰেল হৈ পৰা আফগানিস্তানৰ কিছু সংখ্যক ভিডিঅ’ত প্ৰাণৰ ভয়ত বহু…

আফগানিস্তান দখল কৰা কোন এই তালিবান ?

সেয়া আছিল ১৯৮০ৰ দশকৰ কথা। আফগান চৰকাৰৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত আফগানিস্তানত উপস্থিত হৈছিল ছোভিয়েট সেনাৰ এটা বিশেষ দল। সেই সময়ছোৱাত কেইবাটাও মুজাহিদীন গোটে আফগানিস্তানৰ চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আছিল। এই মুজাহিদীন গোটবোৰক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাকিস্তানে সহায়…

আফগানিস্তানত আৱদ্ধ পৰিয়াল : ইংলেণ্ডত ক্ৰিকেটাৰ ৰছিদ খানৰ ধুমুহা

আফগানিস্তানত আৱদ্ধ হৈ আছে ক্ৰিকেটাৰ ৰছিদ খানৰ পৰিয়াল ৷ দেশ এৰি পলাব বিচৰা হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে  কাবুলৰ বিমান – বন্দৰত ৷  দেশৰ কথা ভাবি চিন্তিত হৈ পৰিছে দেশৰ পৰা আঁতৰত  থকা আফগান নাগৰিকসকল ৷ কিন্তু তেনে এক মানসিক…

উত্তপ্ত মেঘালয় : মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ দুৰ্বৃত্তৰ

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে মেঘালয়। কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসগৃহ । সৌভাগ্যক্ৰমে মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী বাসগৃহত থকাৰ বাবেই ৰক্ষা পৰে তেঁওৰ…