The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

উৰন্ত বিমানৰ পৰা সৰি পৰি আফগানিস্তানত মৃত্যু দুজনৰ  

উৰন্ত বিমানৰ পৰা সৰি পৰি আফগানিস্তানত মৃত্যু হৈছে দুজন লোকৰ ৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি , কাবুল বিমান বন্দৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷ আফগানিস্তানত তালিবান শাসনলৈ অহাৰ লগে লগে দেশৰ পৰা পলায়ন কৰিবলৈ কাবুল বিমান মন্দৰত  হাজাৰ হাজাৰ…

তাজিকিস্তানৰ পৰা ওভতাই পঠিয়ালে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতিক

আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে ৷ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পাছত তেও আশ্ৰয় বিচাৰি গৈছিল তাজিকিস্তানলৈ ৷ কিন্তু তাজিকিস্তানৰ পৰা আশ্ৰফ  ঘানিৰ বিমান ওভতাই পঠিওৱা হৈছে ৷ সোমবাৰে অপসাৰিত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হৈছে ওমানত ৷ তাৰ…

তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেৱৰ : কি দায়িত্ব পাব ?

তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ পদত্যাগী সভানেত্ৰী সুস্মিতা দেৱে ৷ তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কংগ্ৰেছী নেত্ৰীগৰাকীয়ে আজি নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ  কৰে ৷ ৰাজনৈতিক মহলৰ চৰ্চা অনুসৰি সুস্মিতা দেৱক  ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ…

বিনা যুদ্ধই আমেৰিকাই পাকিস্তানক গতালে নেকি আফগানিস্তান ?

জৰ্জ বুশ্বৰ পৰা ওচামা বিন লাডেনলৈ সকলোৱে আফগান যুদ্ধক দেশখনৰ মুক্তিৰ যুদ্ধ হিচাপে বিশ্বৰ সন্মুখত  তুলি ধৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু বাস্তৱ সত্যটো হ’ল – কোনো এজন ৰাষ্ট্ৰপতিৰ আমোলতে আফগানিস্তান ৰাষ্ট্ৰ গঠনৰ চেষ্টা কৰা নহ’ল ৷

কাবুলত আকাশী পথ বন্ধ , উদ্বিগ্ন নতুন দিল্লী

কাবুলৰ পৰা বিভিন্ন দেশলৈ বিমান চলাচল কৰা আকাশী পথসমূহ বন্ধ কৰি দিয়া হৈছে ৷ যাৰ বাবে আফগানিস্তানত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক  লৈ উদ্বিগ্ন হৈ পৰিছে নতুন দিল্লী ৷ আকাশী পথ বন্ধ কৰি দিয়াৰ ফলত হামিদ কাৰজাই বিমান বন্দৰত বিমানৰ অৱতৰণৰ…

ভাৰতক স্থিতি সলনি  কৰিবলৈ কিয় আহ্বান জনাইছে তালিবানে ?

আফগানিস্তানলৈ ভাৰতীয় সেনা প্ৰেৰণ নকৰিবলৈ পূৰ্বেই ভাবুকি দিছিল তালিবানে ৷ এইবাৰ  আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছত তালিবান বাহিনীয়ে ভাৰতক নিজৰ স্থিতি সলনি কৰিবলৈ আহ্বান জনাইছে ৷ তালিবানৰ মুখপাত্ৰ শাহীন সুহেলে কয় যে পূৰ্বৰ আশ্ৰফ ঘানি চৰকাৰৰ চৰকাৰৰ লগত ভাৰতৰ যি বন্ধুত্ব…

দুখন বিমান সাজু ৰাখক : এয়াৰ ইন্ডিয়াক কিয় এই নিৰ্দেশ কেন্দ্ৰৰ ?

কাবুলৰ পৰা ভাৰতীয় নাগৰিকসকলক জৰুৰীভাবে ওভতাই আনিবলৈ এয়াৰ ইণ্ডিয়াক দুখন বিমান সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পাছতে তৎপৰ হৈ উঠিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ ৷ দেওবাৰে তালিবানে কাবুল দখল কৰাৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে কাবুল এৰিছিল…

শ্বিলঙলৈ নাযাব ।জাৰি হৈছে সান্ধ্য আইন ।কিন্তু কিয় ?

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলং। উত্তপ্ত পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত হৈছে কেইবাটাও হিংসাত্মক ঘটনা। দেওবাৰে আভ্যন্তৰীণ বিদ্ৰোহৰ ফলস্বৰূপে মেঘালয় অস্হিৰ হৈ থকাৰ সময়তে কোনো দুৰ্বৃত্তই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত…

বিজেপিলৈ নাযায় সুস্মিতা দেৱ , যোগ দিব কোন দলত ?

প্ৰাক্তণ সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে পদত্যাগ কৰাৰ পাছত কংগ্ৰেছৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি হৈছে ৷ পশ্চিমবংগৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি তেও তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ সোমবাৰে ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত তেও এইদৰে উল্লেখ…

২০ বছৰৰ আফগান যুদ্ধ সামৰি কিয় খালী হাতেৰে উভতিল আমেৰিকা ?

৯/১১ ৰ ভয়ংকৰ আক্ৰমণৰ পাছত আমেৰিকা প্ৰতিশোধ পৰায়ণ হৈ উঠিল ৷ আল-কায়দা আৰু তালিবানৰ নেক্সাছৰ আলম লৈ নিশাৰ ভিতৰতে সৈন্যসামন্ত লৈ প্ৰৱেশ কৰিলে আফগানিস্তানত ৷ তাৰ পাছত সুদীৰ্ঘ ২০ টা বছৰৰ অবিৰাম যুদ্ধ ৷ ব্যয় হ’ল কৌটি কৌটি ডলাৰ ৷…