Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
চলিত বৰ্ষৰ ২৮ মাৰ্চৰ নিশা গুৱাহাটী আই আই টিত সংঘটিত হৈছিল এক জঘণ্য ধৰ্ষণৰ ঘটনা। এগৰাকী ছাত্ৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগত ৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল BTechৰ এজন ছাত্ৰক। অভিযুক্ত ছাত্ৰজনক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে ৷…
আমেৰিকাক সকীয়ণি দি কি ক’লে তালিবানে ?
আমেৰিকাক আফগানিস্তানৰ পৰা সকলো সেনা প্ৰত্যাহাৰ কৰিবলৈ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দিছে তালিবানে ৷৩১ আগষ্টৰ ভিতৰত আফগানিস্তান এৰিবলৈ সকীয়ণি দি তালিবানৰ মুখপাত্ৰ চুহেল শাহীনে কয় –‘জ’ বাইডেনে কৈছিল যে ৩১ আগষ্টৰ ভিতৰত আমেৰিকান সেনাই আফগানিস্তান…
আসন্ন ক’ভিডৰ তৃতীয় ঢৌ : সংক্ৰমিত হ’ব পাৰে নেকি আপোনাৰ সন্তান ?
দেশত ক'ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই ৷ তাৰ মাজতে আসন্ন তৃতীয় ঢৌৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। কোভিডৰ তৃতীয় ঢৌয়ে শিশু সকলক সংক্ৰমিত কৰিব বুলি বিশেষজ্ঞ সকলে কৰা সাৱধানবাণী শুনি এতিয়া চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ তথা…
যোৰহাটত বিজেপিৰ মঞ্চত কংগ্ৰেছী বিধায়ক
কেন্দ্ৰীয় কেবিনেটত স্থান লাভ কৰাৰ পাছত সৰ্বানন্দ সোণোৱালক আদৰিবলৈ বিজেপিয়ে তিনিদিনীয়াকৈ আশীৰ্বাদ যাত্ৰাৰ আয়োজন কৰিছে ৷ সোমবাৰে আশীৰ্বাদ যাত্ৰাৰ অন্তিম দিন ৷ অন্তিম দিনা যোৰহাট , মৰিয়ণি আদিত প্ৰাক্তণ মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয়…
আফগান সংকট : প্ৰধানমন্ত্ৰীয়ে কি দায়িত্ব দিলে বিদেশ মন্ত্ৰীক ?
আফগানিস্তানৰ শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে বিৰোধী দলসমূহক অৱগত কৰাব কেন্দ্ৰীয় চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ মন্ত্ৰালয়ক এই দায়িত্ব অৰ্পন কৰিছে ৷ সোমবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধী নেতাসকলক আফগানিস্তানৰ…
মৃতদেহকো ধৰ্ষণ কৰে তালিবানে : কাবুলৰ পৰা পলায়ন কৰা মহিলা আৰক্ষীৰ দাবী
তালিবান ৰাজত্বত আটাইতকৈ বেছি শংকিত হৈ পৰিছে মহিলাসকল ৷ আফগানিস্তানৰ মহিলাৰ সুৰক্ষাৰ বিষয়টো লৈ প্ৰতিদিনে প্ৰকাশিত হৈছে নতুন নতুন বাতৰি ৷ শেহতীয়াকৈ দেশখনৰ পৰা পলায়ন কৰা এগৰাকী মহিলা আৰক্ষীয়ে এক ভয়ংকৰ অভিযোগ উত্থাপণ কৰিছে তালিবানৰ বিৰুদ্ধে ৷…
প্ৰবল বৃষ্টিপাতে জোঁকাৰিব অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক
ৰাজ্যত আজিৰে পৰা প্ৰৱল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনা । অসমক Orange Zone ঘোষণা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ । ২৪ৰ পৰা ২৬ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলত জাৰী কৰা হৈছে সতৰ্কবাণী। অৰুণাচল প্ৰদশ আৰু মেঘালয়কো Orange Zone ঘোষণা। বে' অৱ বেংগলত সৃষ্টি…
দেশৰ কি কি ৰাজহুৱা সম্পত্তি যাব ব্যক্তিগত খণ্ডৰ হাতলৈ?
দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। কিন্তু উদ্বেগজনক কথা এইটোৱেই যে এইবাৰ ব্যক্তিগত খণ্ডক গতাই দিয়া হব…
অফগানিস্তানত কাৰ হাতত প্ৰাণ হেৰুৱালে ৩০০ তালিবানী সেনাই?
তালিবানে আফগানিস্তান দখল কৰিলে৷কিন্তু আফগানিস্তানত এনে এটা অঞ্চল আছে,যি অঞ্চল দখলৰ স্বপ্ন কোনোদিনেই পূৰ হোৱা নাই তালিবানৰ৷সেইয়া লাগিলে ২০ বছৰৰ পূর্বেই হওক অথবা বর্তমানেও হওক৷
কাবুল দখলৰ পিছতেই তালিবানী সেনা অগ্ৰসৰ হৈছিল পাঞ্জশিৰ উপত্যকা…
সোণোৱালৰ জন আশীর্বাদ যাত্ৰাৰ আজি অন্তিম দিন
সমালোচনা আৰু সম্বর্ধনাৰ মাজত আজি অন্ত পৰিব সৰ্বানন্দ সোণোৱালৰ জন আশীর্বাদ যাত্ৰা।কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত বিগত শনিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছিল সর্বানন্দ সোণোৱাল।সেইদিনাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ…