Author
The CrossCurrent Bureau
ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ…
বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত
যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত…
নিজৰ জীৱন নিজেই বচাওঁক, কিয়নো প্ৰধানমন্ত্ৰী এতিয়া ময়ূৰৰ লগত ব্যস্ত: ৰাহুল গান্ধী
সংসদৰ বৰ্ষা কালীন অধিবেশনৰ আৰম্ভণিৰ ঠিক আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হল ৰাহুল গান্ধী।দেশত কৰুণা ভাইৰাছৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ আক্ৰমণ নৰেন্দ্ৰ মোডীক। আজি টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে "কৰুণা সংক্ৰমণৰ…
কিয় ক্ষমা খুজিলে বহুবল্কী বিজেপি প্ৰবক্তা সম্বিত পাত্ৰাই?
বহুবল্কী বিজেপি প্ৰবক্তাই টেলিভিছনৰ এক বিতৰ্কিত কৰা তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিছে। সাধাৰণতে লাগ বান নোহোৱা কথাৰে টিভি বিতৰ্কত প্ৰতিপক্ষক হাৰাশাস্তি কৰা সম্বিত পাত্ৰাই এনেদৰে ক্ষমা বিচৰা নজিৰ তেনেই দুৰ্লভ।
যোৱা কালি India Today নামৰ…
চীনা সৈন্যই অপহৰণ কৰা ৫ অৰুণাচলী যুৱকক ভাৰতীয় সেনাৰ হাতত অৰ্পণ
কিছুদিন পূৰ্বে চীনা সৈন্যই অপহৰণ কৰা বুলি অভিযোগ উঠা ৫ জন অৰুণাচলী যুৱকক আজি ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে চীনে। জানিব পৰা মতে যুৱক কেইজনক এতিয়া ভাৰতীয় সেনাই কোভিড-১৯ প্ৰট'কল অনুসৰি ১৪ দিন কুৱাৰেণ্টাইন কৰিব। ইয়াৰ পিছতে যুৱক কেইজনক পৰিয়ালৰ…
অনুৰাগ কাশ্যপ আৰু কুনাল কামৰাই এইবাৰ অৰ্ণব গোস্বামীক দিলে শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা,পিছে চেন্ডেলেৰেহে
কমেডিয়ান কুনাল কামৰা আৰু চিনেমা ডাইৰেক্টৰ অনুৰাগ কাশ্যপ আজি উপস্থিত হ'ল মুম্বাই স্থিত ৰিপাব্লিক টিভিৰ অফিচত। উদ্দেশ্য অৰ্ণব গোস্বামীক শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা। পিছে ৰিপাব্লিক টিভিৰ চিকউৰিতি গাৰ্ডে দুয়োজনক অফিচৰ ভিতৰত প্ৰৱেশ কৰাৰ…
অৰ্ণব গোস্বামীৰ ৰিপাব্লিক টিভিৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰ
বিতৰ্কিত অৰ্ণব গোস্বামী, বিতৰ্কিত তেখেতৰ নিউজ চেনেল ৰিপাব্লিক টিভি। অতিৰঞ্জিত আৰু অকালপক্ক সাংবাদিকতাৰে বিতৰ্কৰ সূত্ৰপাত ঘটোৱা এই চেনেলটোৰ এতিয়া দুজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি…
আছু-AJYCP য়ে বিজেপিক ৱাক অ’ভাৰ দিছে নেকি?
আছু-AJYCP য়ে আঞ্চলিক শক্তি সমূহক একত্ৰিত নকৰি পৃথক পৃথক দল গঠনৰ জৰিয়তে সহায় কৰিব নেকি বিজেপি দলক? এই মন্তব্য আমাৰ নহয় কৃষক নেতা অখিল গগৈৰ। আজি সাংবাদিকৰ আগত কৃষক নেতা গৰাকীয়ে কয় যে সকলো জাতীয় তথা আঞ্চলিক শক্তি যদি এটা দল আৰু এখন পতাকাৰ তলত…
অৰুণাচল দক্ষিণ তিব্বতৰ অংশ, আমি কোনো ‘অৰুণাচল প্ৰদেশক” স্বীকৃতি নিদিওঁ: চীন
লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ চীনৰ বিস্ফোৰণ অৰুণাচলক লৈ। যোৱা কিছুদিন পূৰ্বে ৫ জন অৰুণাচলৰ লোকক চীনা সৈন্য PLA য়ে অপহৰণ কৰা বুলি অভিযোগৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে চীনে কোনো…
১৯৭৫ চনৰ পিছত প্ৰথমবাৰলৈ লাডাখ সীমান্তত গুলীচালনা
লাডাখ সীমান্তত প্ৰথমবাৰলৈ ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আজি চীন চৰকাৰে ভাৰতীয় সেনাই যোৱা কালি অৰ্থাৎ ৭ ছেপ্টেম্বৰত LAC অতিক্ৰম কৰি সাৱধানমূলক গুলী চালনা কৰা বুলি ভাৰত চৰকাৰক দোষাৰোপ কৰিছিল।
কিন্তু কিছু সময়ৰ…