সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#uttar_pradesh

পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

আজি প্ৰকাশ কৰিলে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। পঞ্জাৱত কংগ্ৰেছ আৰু  উত্তৰ প্ৰদেশত বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ ৮৬ আসনৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীয়ে…

উত্তৰ প্ৰদেশৰ নিৰ্বাচন হব ৮৫ আৰু ১৫ঃ স্বামী প্ৰসাদ মৌৰ্য

কিছুদিনৰ পূৰ্বে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত কয় যে, এইবাৰ প্ৰতিদ্বন্দিতা ৮০ বনাম ২০ হব। কিন্তু তাৰ কেইদিনমানৰ পাছতেই উত্তৰ প্ৰদেশৰ ৰাজনীতিত সলনি হয় প্ৰেক্ষাপট। বিজেপিৰ মন্ত্ৰী-বিধায়কে ত্যাগ কৰে দল। মঙলবাৰে স্বামী প্ৰসাদ…

বিজেপিৰ ১১ জন মন্ত্ৰী-বিধায়কৰ যোগদান সমাজবাদী পাৰ্টীত

উত্তৰ প্ৰদেশত এতিয়া নিৰ্বাচনী ধুমুহা বাৰুকৈয়ে বলিছে। বিজেপিয়ে টিকট কাক দিব তাকে চিন্তা-চৰ্চা কৰি থকা সময়তে ৩ মন্ত্ৰী আৰু ১০ জন বিধায়কে বিজেপি দল ত্যাগ কৰিলে। দল ত্যাগ কৰা ১১ জন মন্ত্ৰী-বিধায়কেই যোগদান কৰিলে সমাজবাদী পাৰ্টীত। লক্ষ্ণৌত অখিলেশ…

মন্ত্ৰী ধৰম সিং চৈনীৰ বিজেপি দল ত্যাগ

চৰ্চাত আছে উত্তৰ প্ৰদেশৰ ৰাজনীতি। আগন্তক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে যোগী আদিত্যনাথৰ চৰকাৰৰ  দলৰ পৰা দল ত্যাগ কৰিছে কেইবাজনো মন্ত্ৰী-বিধায়কে। বৰ্তমানৰলৈকে সৰ্বমুঠ দহজন…

৫০ মহিলালৈ কংগ্ৰেছৰ টিকট আৰু কি পৰিকল্পনা প্ৰিয়ংকাৰ ?

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১২৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৫০ গৰাকী মহিলা প্ৰাৰ্থী ৷ বেছিভাগ মহিলাই যোগী আদিত্যনাথৰ শাসনকালত নিৰ্যাতন বা প্ৰতাৰণাৰ সন্মুখীন হৈছে ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতীকি…

অ’ বি চি নেতাৰ বিদ্ৰোহে কঁপাইছে বিজেপিৰ ভেটি

উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৷ এই ৰাজ্যখনত আছে ৮০ টা লোকসভা সমষ্টি ৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ ৷ ফলাফল ঘোষণা কৰা হ’ব ১০ মাৰ্চত ৷ প্ৰাথমিক দৃষ্টিত বিজেপি উত্তৰ…

বিজেপি শিবিৰত ধুমুহা : আৰু এজন বিধায়কৰ দলত্যাগ

উত্তৰ প্ৰদেশবিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি শিবিৰত ধুমুহাৰ সৃষ্টি হৈছে ৷ দুজন কেবিনেট মন্ত্ৰী, তিনিজন বিধায়কে বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছত আজি আৰু এজন বিধায়কে পদত্যাগৰ কথা ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে শিকোহাবাদৰ বিধায়ক…

অখিলেশ যাদৱক সপোনত কি ক’লে শ্ৰী কৃষ্ণই ?

২০২২ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টিয়ে। এই দাবী কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। সোমবাৰে বিজেপি বিধায়ক মাধুৰী বৰ্মাই সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতেই এই দাবী কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন…

যোগীৰ ৰাজ্যত কিমান সুৰক্ষিত মহিলা ?

2020 বৰ্ষৰ তুলনাত 2021 বৰ্ষত বৃদ্ধি পালে মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ। ২০২১ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ লাভ কৰিছে প্ৰায় 31,000 টা।যি সংখ্যা 2014 চনৰ পিছত সৰ্বাধিক।আৰু ইয়াৰে আধাতকৈও অধিক গোচৰ উত্তৰ…

নিবাচর্ন সমাগত,আকৌ উত্তৰ প্ৰদেশলৈ নৰেন্দ্ৰ মোদী

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷তৎপৰ প্ৰতিটো ৰাজনৈতিক দল৷উত্তৰ প্ৰদেশত ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা পৰিলক্ষিত হৈছে৷তাৰ মাজতে পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশলৈ সঘন আহ যাহ৷ বিগত সপ্তাহত কাশী বিশ্বনাথ প্ৰকল্প…