টেগ #uttar_pradesh

১০০ মিটাৰ গৈয়ে থমকিল অখিলেশ

উত্তৰ প্ৰদেশ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত সমাজবাদী দলে লৈছে বিধান ভৱনলৈ প্ৰতিবাদী যাত্ৰাৰ কাৰ্যসূচী৷ সোমবাৰে সমাজবাদী নেতা অখিলেশ যাদৱৰ নেতৃত্বত এই প্ৰতিবাদী যাত্ৰা উলিওৱা হয়৷ সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ বিধানসভা অধিৱেশন৷ শোভাযাত্ৰাটো ১০০ মিটাৰ মান আগবঢ়াৰ পিছতে…

উত্তৰ প্ৰদেশৰ পৰা কোনে দিছিল কোভিদ কেলেংকাৰিৰ খবৰ?

উত্তৰ প্ৰদেশৰ পৰা কোনে দিছিল কোভিদ কেলেংকাৰিৰ খবৰ?  

পুনৰ ভয়াবহ কোভিড সংক্ৰমণ দেশত

পুনৰ ভয়াবহ কোভিড সংক্ৰমণ দেশত স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:

উত্তৰ প্ৰদেশত এতিয়াৰ পৰা কেৱল যোগীৰাজ চলিব নেকি?

উত্তৰ প্ৰদেশত এতিয়াৰ পৰা কেৱল যোগীৰাজ চলিব নেকি?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:  

বিজেপি প্ৰাৰ্থীৰ কনভয়ত আক্ৰমন উত্তৰ প্ৰদেশত

পশ্চিম উত্তৰ প্ৰদেশৰ বহুকেইখন গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা আগন্তুক নিৰ্বাচনৰ বহুকেইজন বিজেপি প্ৰাৰ্থীৰ কনভয়লৈ ক’লা পতাকা দেখুওৱাৰ লগতে বোকা নিক্ষেপ কৰে গাঁওবাসীয়ে । এক ঘটনাত চিৱালখাচৰ বিজেপি প্ৰাৰ্থী মানিন্দৰপাল সিং বিগত ২৪ জানুৱাৰীৰ আবেলি চুৰ গাঁৱত আক্ৰমণৰ সন্মুখীন হয়…

চন্দ্ৰ শেখৰ আজাদে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা

আগন্তক বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা ভীম সেনাৰ মুৰব্বী চন্দ্ৰ শেখৰ আজাদে  প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা। আজি আজাদ সমাজ পাৰ্টিয়ে(এএছপি)এই কথা ঘোষণা কৰে। আজাদ সমাজ পাৰ্টিয়ে ছ’চিয়েল মিডিয়াৰ এক বিবৃতিত কয়, ‘বহুজন…

হিন্দুত্ব–হিতাধিকাৰীৰ ৰাজনীতি ৰুধিবলৈ অখিলেশ যাদৱৰ নতুন ৰণকৌশল কি ?

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্ণা যাদৱে যোগদান কৰে বিজেপিত…

উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ ৩০ জনীয়া নাম প্ৰকাশ

সমাগত উত্তৰ প্ৰদেশৰ বিধানসভা নির্বাচন। ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশত বিধানসভা নির্বাচন। যাৰবাবে এতিয়া তুংগত উঠিছে প্ৰতিটো দলৰে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলেই আনটো দলক কৰিছে তীব্র সমালোচনা। শাসনাধিস্থ বিজেপি চৰকাৰেয়ো উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ…

বিজেপিত যোগদান অখিলেশ যাদৱৰ ভাইবোৱাৰীৰ

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্ণা যাদৱে যোগদান কৰে বিজেপিত…

সমাজবাদী পাৰ্টিৰ অপৰ্ণা যাদৱৰ বিজেপিত যোগদান

প্ৰতিজন ভাৰতবাসীৰ মূল আৰ্কষণ এতিয়া ৫ ৰাজ্যৰ আগন্তুক নিৰ্বাচন। ৫ ৰাজ্যত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিয়ে আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যকেইখনৰ ৰাজনীতি। উত্তৰ প্ৰদেশত বিজেপি দলৰ কেইবাজনো মন্ত্রী-বিধায়কে সমাজবাদী পাৰ্টিত যোগদান কৰা সময়তেই শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম…