পশ্চিম উত্তৰ প্ৰদেশৰ বহুকেইখন গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা আগন্তুক নিৰ্বাচনৰ বহুকেইজন বিজেপি প্ৰাৰ্থীৰ কনভয়লৈ ক’লা পতাকা দেখুওৱাৰ লগতে বোকা নিক্ষেপ কৰে গাঁওবাসীয়ে ।
এক ঘটনাত চিৱালখাচৰ বিজেপি প্ৰাৰ্থী মানিন্দৰপাল সিং বিগত ২৪ জানুৱাৰীৰ আবেলি চুৰ গাঁৱত আক্ৰমণৰ সন্মুখীন হয় । এই ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে ২০ জন চিনাক্ত আৰু আন ৬৫ গৰাকী অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post
Next Post