Investigative reporting with dedication.
পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

আজি প্ৰকাশ কৰিলে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। পঞ্জাৱত কংগ্ৰেছ আৰু উত্তৰ প্ৰদেশত বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ ৮৬ আসনৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত চামকৌৰ চাহিবৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।…










