সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

বাজেটত কি কি বস্তুৰ দাম হ্ৰাস পালে আৰু কি কি দাম বৃদ্ধি পালে-

বাজেটত কি কি বস্তুৰ দাম কমিব- *দাম কমিব মোবাইল ফোনৰ *কাপোৰৰ লগতে কেইবাটাও সামগ্রীৰ দাম হ্ৰাস হ'ব *চাৰ্জাৰ, জোতাৰো হ্ৰাস হ'ব দাম *চামৰা সামগ্রী, বিদেশৰ পৰা অহা মেচিনৰো দাম শীঘ্রই হ্ৰাস হ'ব *হ্ৰাস হ'ব খেতিৰ সা-সঁজুলিৰ দাম *স্টিলৰ…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন গৃহ সমষ্টিতো ৰাইজে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। জালুকবাৰী সমষ্টিৰ ৰাইজে তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন…

২০২২-২৩ বৰ্ষৰ বাজেটত কি কি আছে-

আজি সংসদত দাখিল কৰিলে বাজেট ২০২২-২৩। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়বাৰৰ বাবে ডিজিটেল পদ্ধতিৰে দাখিল বাজেট। কি কি আছে ২০২২-২৩ৰ বাজেটত- *দ্ৰুতগতিত ভাৰতৰ অৰ্থনীতি আগবাঢ়িছে:- নিৰ্মলা সীতাৰমণ। *উন্নয়নৰ হাৰ ৯.২% হোৱাৰ সম্ভাৱনা…

কি আছে ২০২২-২৩ বিত্তীয় বাজেটত?

কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট। আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰৰ কেন্দ্ৰীয় বাজেট বিশেষ ভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।আনহাতে উত্তৰ পূর্বাঞ্চলৰ…

ৰাজ্যপালক টুইটাৰত কিয় ব্লক কৰিলে মমতা বেনাৰ্জীয়ে ?

ৰাজ্যপালক টুইটাৰত ব্লক কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ সোমবাৰে সংবাদমেলত এই কথা নিজেই সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় –‘মই ৰাজ্যপালক টুইটাৰত ব্লক কৰিছো ৷ ব্লক কৰিবলৈ বাধ্য হৈছো ৷’ মমতা বেনাৰ্জীয়ে লগতে কয় যে তেওঁৰ…

আজি “বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে” নামৰ গ্ৰন্থ প্ৰকাশ কৰিব কংগ্ৰেছে

ক্ৰমাগত মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে দেশৰ জনসাধাৰণক। আগন্তুক বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহটো উত্থাপিত হৈছে এই বিষয়। এই সন্দৰ্ভত আজি কংগ্ৰেছে মূল্যবৃদ্ধি বিষয়ক এক বৈঠকত মিলিত হ'ব। তাৰোপৰি "বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে"…

কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে

আজি বিয়লি কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। গৰুখুটিৰ উচ্ছেদৰ সময়ত ছহিদক অপমান কৰা মন্তব্য কৰি জেললৈ যাবলগীয়া হৈছিল বিধায়কজন। লগতে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছিল বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে। ইয়াৰ…

বিজেপি প্ৰাৰ্থীৰ কনভয়ত আক্ৰমন উত্তৰ প্ৰদেশত

পশ্চিম উত্তৰ প্ৰদেশৰ বহুকেইখন গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা আগন্তুক নিৰ্বাচনৰ বহুকেইজন বিজেপি প্ৰাৰ্থীৰ কনভয়লৈ ক'লা পতাকা দেখুওৱাৰ লগতে বোকা নিক্ষেপ কৰে গাঁওবাসীয়ে । এক ঘটনাত চিৱালখাচৰ বিজেপি প্ৰাৰ্থী মানিন্দৰপাল সিং বিগত ২৪ জানুৱাৰীৰ…

জন্মু- কাশ্মীৰত নিহত ৫ সন্ত্ৰাসবাদী

কাশ্মীৰৰ পুলৱামা আৰু বুদগামত সংঘটিত সংঘৰ্ষৰ ঘটনাত জইছ – ই – মহম্মদৰ কামাণ্ডাৰসহ ৫ জন সন্ত্ৰাসবাদী নিহত হৈছে ৷ নিহত সন্ত্ৰাসবাদী কেইজনৰ ৪ জনেই বিদেশী ৷ আনহাতে , এজন সন্ত্ৰাসবাদী লস্কৰ –ই- তৈবাৰ লগত জড়িত ৷ জন্মু-কাশ্মীৰ পুলিচে জনোৱা অনুসৰি ,…

চট্টিছগড়ত স্থাপন হ’ব অমৰ জৱান জ্যোতি

চট্টিছগড়ত কংগ্ৰেছে স্থাপন কৰিব অমৰ জৱান জ্যোতি ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অমৰ জৱান জ্যোতিৰ অগ্নিশিখা নুমুৱাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ লগত একত্ৰিত কৰাৰ পাছত চট্টিছগড়ৰ ৰায়পুৰত অমৰ জৱান জ্যোতি স্থাপনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ চট্টিছগড়ৰ…