কি আছে ২০২২-২৩ বিত্তীয় বাজেটত?

Share This Article

কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট। আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰৰ কেন্দ্ৰীয় বাজেট বিশেষ ভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।আনহাতে উত্তৰ পূর্বাঞ্চলৰ বাবে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটে ১৫০০ কোটি টকা আৱণ্টন দিয়া হৈছে।এই বাজেটৰ আন কেইটামান ঘোষনা এনেধৰনৰ- স্বাস্থ্য খণ্ডৰ ডিজিটেল প্লেটফৰ্মৰ ব্যৱস্থা,ৰাষ্ট্ৰীয় টেলী মানসিক স্বাস্থ্য কাৰ্যসূচী আৰম্ভ,২লাখ অংগনবাড়ী কেন্দ্ৰ উন্নত কৰা,PM হাউছিং প্লেনত ৪৮হাজাৰ কোটি টকা,PMAYৰ অধীনত ৮০লাখ ঘৰ নিৰ্মাণ,ঘৰে ঘৰে খোৱা পানীৰ আঁচনিৰ বাবে ৬০ হাজাৰ কোটি টকা ইত্যাদি৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.