জন্মু- কাশ্মীৰত নিহত ৫ সন্ত্ৰাসবাদী

Share This Article

কাশ্মীৰৰ পুলৱামা আৰু বুদগামত সংঘটিত সংঘৰ্ষৰ ঘটনাত জইছ – ই – মহম্মদৰ কামাণ্ডাৰসহ ৫ জন সন্ত্ৰাসবাদী নিহত হৈছে ৷ নিহত সন্ত্ৰাসবাদী কেইজনৰ ৪ জনেই বিদেশী ৷ আনহাতে , এজন সন্ত্ৰাসবাদী লস্কৰ –ই- তৈবাৰ লগত জড়িত ৷ জন্মু-কাশ্মীৰ পুলিচে জনোৱা অনুসৰি , শেহতীয়া ১২ ঘন্টাত পাকিস্তানী পৃষ্ঠপোষকতাপ্ৰাপ্ত লস্কৰ –ই- তৈবা আৰু জইছ- ই- মহম্মদৰ ৫ জন সন্ত্ৰাসবাদী দুটা পৃথক এনকাউন্টাৰৰ ঘটনাত নিহত হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.