সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কৃষক আন্দোলনৰ পৰা জন্ম হোৱা প্ৰথমটো ৰাজনৈতিক দলে।

তিনিখন কৃষি আইনৰ বিৰুদ্ধে এবছৰতকৈও অধিক সময় ধৰি চলি থকা কৃষক আন্দোলনৰ পৰা জন্ম লাভ কৰা প্ৰথম ৰাজনৈতিক দলটো ঘোষণা কৰা হৈছে। কৃষক নেতা গুৰনাম সিং চাধুনিয়ে ১৮ ডিচেম্বৰত চণ্ডিগড়ত দলটো ঘোষণা কৰে। কিষাণ আন্দোলনৰ পৰা উদ্ভৱ হোৱা দলটোৰ নাম হল…

নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হৈ থাকিবনে ?

উত্তৰ প্ৰদেশকে ধৰি ভাৰতৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত ৷ খুব কম দিনৰ ভিতৰতে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব ৷কিন্তু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ এজন বিষয়াৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠকে নতুন বিতৰ্কৰ সৃষ্টি কৰিছে ৷…

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ 

লুৰীনজ্যোতি গগৈৰ ভাষ্য- এটা পৰিয়ালৰ পৰা অসমৰ সমগ্ৰ ভূমি দখলৰ প্ৰচেষ্টা চলিছে৷ ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমৰ সর্ববৃহৎ কেলেংকাৰিটো সংঘটিত হৈছে৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ৷ অসমৰ মূলসুতিৰ সংবাদ মাধ্যমকো চোকা সমালোচনা লুৰীনজ্যোতি গগৈৰ৷ দ্য…

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত৷বাধ্যতামূলক অসমীয়া কাকতৰ বিৰুদ্ধে আবেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে৷ উচ্চ ন্যায়ালয়ক অৱগত কৰালে ৰাজ্য চৰকাৰে বাধ্যতামূলক কাকতখন আঁতৰাবলৈ APSCক নির্দেশ উচ্চ ন্যায়ালয়ৰ৷ আগন্তুক পৰীক্ষাৰ পৰা…

কিহৰ বিনিময়ত আন্দোলন শেষ কৰিলে দেশৰ কৃষক সমাজে?

কেন্দ্ৰীয় চৰকাৰে তিনি খনকৈ কৃষি আইন বাতিল কৰাৰ পিছতে কৃষক সকলৰ লগত কেইবাখনো আলোচনা চক্ৰত মিলিত হৈছে দেশৰ চৰকাৰী পক্ষ। চৰকাৰৰ কেইবাটাও সিদ্ধান্তৰ আধাৰতহে স্থগিত ৰখা হল কৃষক আন্দোলন - MSP - কেন্দ্ৰীয় চৰকাৰে ইউনাইটেড কিষাণ মৰ্চাৰ…

দিল্লীলৈ হঠাৎ কিয় মুখ্যমন্ত্ৰী?

আজি নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷জৰুৰীভাৱে দিল্লীলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক৷আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকী৷বিয়লিলৈ গুৰুত্বপূৰ্ণ বিষয়ত অমিত শ্বাহৰে আলোচনাত বহিব হিমন্ত বিশ্ব শর্মা৷…

নিৰ্বিচাৰ ধৰ্ষণ,হত্যালীলা চলাবলৈকে নেকি AFSPA?

১৯৯৫ চনৰ নাগালেণ্ডৰ ৰাজধানী ক'হিমা চহৰৰ ব্যস্ততাপূৰ্ণ এটা পুৱা। ভাৰতীয় সেনা বাহিনীৰ এটা দলে চহৰখনত তহল দি থকাৰ সময়তে হঠাৎ এখন চলন্ত গাড়ীৰ চকা ফুটিল।এই চকা ফুটা সাধাৰণ শব্দকে বোমা বুলি ভাবি ঘটনাস্থলীত উপস্থিত থকা সশস্ত্র সেনা বাহিনীয়ে…

সন্ত্ৰাসবাদ বিৰোধী অভিযানত সর্বাধিক সাধাৰণ জনতাই প্ৰাণ হেৰুৱাই কিয় অসম-মণিপুৰত?

কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে লোকসভাত শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১৬ চনৰপৰা ২০২১ চনৰ ১৫ নৱেম্বৰ পর্যন্ত মণিপুৰত সশস্ত্র সংঘৰ্ষত সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মণিপুৰত।দ্বিতীয় স্থানত আছে অসম।যোৱা ছবছৰতে মণিপুৰত প্রাণ হেৰুৱাইছে…

কিমান দিনলৈ সেনাৰ হাতত প্ৰাণ গৈ থাকিব নিৰীহৰ

সেনাৰ হাতত নিহত নিৰীহ৷ঘটনাৰ পিছতেই এতিয়া জ্বলিছে নগালেণ্ড৷নগালেণ্ডৰ এই ঘটনাৰ আৰত আছে এখন আইন৷যি আইনৰ দ্বাৰা এইবাৰেই নহয়,ইতিহাসৰ বিভিন্ন সময়ত বিভিন্নজনে প্ৰাণ হেৰুৱাই আহিছে সেনাৰ হাতত৷সেইবাবেই নাগালেণ্ডৰ এই ঘটনাৰ পিছত পুনৰবাৰ এই আইন বাতিৰ…

দিল্লীত অমিক্ৰ’ণৰ সংক্ৰমণ : এজন লোক আক্ৰান্ত

দেশত এতিয়ালৈকে ক’ৰোনাৰ অমিক্ৰ’ণ ভেৰিয়েন্টৰ সংক্ৰমণৰ পাঁচটা ঘটনা পোহৰলৈ আহিছে ৷ কৰ্ণাটকৰ দুজন , মহাৰাষ্ট্ৰৰ এজন আৰু গুজৰাটৰ এজন লোক অমিক্ৰ’ণ ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ শেহতীয়াকৈ দিল্লীৰ এজন লোকৰ দেহতো অমিক্ৰ’ণৰ সংক্ৰমণ ধৰা পৰিছে ৷…