সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰা শব্দক অসংসদীয় শব্দৰূপে ঘোষণা

মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰা শব্দক অসংসদীয় শব্দৰূপে ঘোষণা। উটে বালিত মূৰ গুজি নিজক লুকাৱাব পাৰে জানো? https://youtu.be/6TkW1YXIDHY

বৰ্ষাশ্ৰীৰ বাবে চকুলো নুটুকিবা

বৰ্ষাশ্ৰীয়ে আৱেগিকভাৱে কবিতা লিখাই নহয়, আৱেগিকভাৱে নিষিদ্ধঘোষিত সংগঠনলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে , আৱেগবশত: এই পৰিকল্পনা আনৰ লগত আলোচনাও কৰিব পাৰে ৷ কিন্তু অসম আৰক্ষীয়ে বৰ্ষাশ্ৰীক আৱেগিকভাৱে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা নাই ৷ আৱেগবশত: দুমাহ…

বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী

ৰাভা দিৱস পাতিব, কিন্তু আৰু এজন ৰাভা জন্ম হ'বলৈ নিদিয়ে ৰজা ঘৰে। হীৰেন ভট্টাচাৰ্যৰ কবিতাও আওৰাব, কিন্তু আৰু এজন হীৰেন ভট্টাচাৰ্যৰ জন্ম হ'বলৈ নিদিয়ে ৰজাঘৰে। সেয়ে বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী। কবি হীৰেন…

আৰক্ষী আইনৰ অধীনত পৰিচালিত হৈছে নে মুখ্যমন্ত্ৰীৰ আঙুলিৰ নির্দেশত?

শিৱ-পাৰ্বতীৰ ৰূপত বাটৰ নাট যোগে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ নগাওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক হেনো আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকলাই দিবলৈ বাধ্য হল । মুখ্যমন্ত্ৰীৰ মতে শিৱ-পাৰ্বতীৰ বেশত সাম্প্ৰতিক কোনো ইচ্যু লৈ…

শ্ৰীলংকাত বুভুক্ষ জনতাৰ আৰ্তনাদ : ভাৰতৰ বাবে কি সকীয়ণি ?

বুভুক্ষ আৰু ক্ষোভিত জনতাৰ হুংকাৰত কঁপি উঠিছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো ৷ লাখ লাখ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসগৃহত ৷ বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰি ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে ৷…

৫ বছৰ পাছত বন্ধ হ’ব পেট্ৰ’লৰ ব্যৱহাৰ : নীতিন গাডকাৰীৰ ঘোষণা

প্লাষ্টিকৰ পাছত এইবাৰ দেশত প্ৰচলন বন্ধ হ’ব পেট্ৰ’লৰ ৷ কোনো সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ নহয় এয়া ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজ মুখেৰে এই কথা ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ…

পাটিয়ালা পেগ , যৌনতা আৰু চাৰি সেনা বিষয়াৰ নিলম্বন

গোপনীয়তা ভংগৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে চাৰিগৰাকী সেনা বিষয়া ৷ উৰ্ধতন কৰ্তৃপক্ষই মোবাইল ফোন আৰু অন্যান্য ডিজিটেল সামগ্ৰী জব্দ কৰি গোপনীয়তা ভংগ কৰাৰ অভিযোগ উত্থাপণ কৰিছে এইকেইগৰাকী সেনা বিষয়াই ৷ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱা…

অমৰনাথত ভয়ংকৰ দুর্ঘটনা

অমৰনাথত ভয়ংকৰ দুর্ঘটনা৷  ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত  নিহত তীৰ্থযাত্রীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে৷ এতিয়াও সন্ধানহীন বহু তীৰ্থযাত্রী৷ প্ৰায় অর্ধ শতাধিক তীৰ্থযাত্রী নিখোজ৷ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই৷ সমান্তৰালকৈ অভিযান চলাইছে…

বানপীড়িতৰ ছাত্ৰ-ছাত্ৰীলৈ দুহাজাৰ টকাকৈ ক্ষতিপূৰণৰ দাবী ছাত্ৰ মুক্তিৰ

চলিত ২০২২ বৰ্ষৰ মে' আৰু জুন মাহৰ ভিতৰতে দুবাৰকৈ প্ৰলয়ংকাৰী বানৰ কবলত আক্ৰান্ত হৈছে অসমৰ সৰ্বসাধাৰণ ৰাইজ। নেৰানেপেৰা প্ৰৱল বৰষুণ আৰু একে সময়তে ভূটান আৰু চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলত নিৰ্মিত জলবোমা সদৃশ বৃহৎ নদীবান্ধবোৰৰ পানী এৰাৰ…