ভয়াৱহ বাছ দুর্ঘটনা,এতিয়ালৈ মৃত্যু ১৩ জনৰ

Share This Article

দুৰ্ঘটনাত পতিত মহাৰাষ্ট্ৰ চৰকাৰৰ যাত্ৰীবাহী বাছ। দুঘটনাগ্ৰস্ত প্ৰায় ১৩ জন লোক নিহত হোৱাৰ লগতে অন্য ১৫জন লোকক এতিয়ালৈ উদ্ধাৰ কৰা হৈছে। মধ্য প্ৰদেশত নৰ্মদা নদীত পৰি যোৱা বাছখন ইণ্ডোৰৰ পৰা পুনে অভিমুখে যাত্ৰা কৰি আছিল। মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ খালঘাট অঞ্চলত দলঙৰ ৰেলিং ভাঙি নদীত সোমাই পৰে বাছখন।
দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বছখনত প্ৰায় ৫০-৬০ জন যাত্ৰী থকাৰ সন্দেহ কৰা হৈছে। সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত আছে দুৰ্ঘটনাগ্ৰস্ত অঞ্চলত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.