সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গেট পৰীক্ষা

গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। খড়গপুৰ আইআইটিয়ে দেশৰ কভিড সৃষ্ট পৰিৱেশৰ বাবে…

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনির্ভৰ ভাৰত” সন্দৰ্ভত ভাষণ

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "আত্মনির্ভৰ ভাৰত" আৰু ইয়াৰ গুৰুত্ত্ব সন্দৰ্ভত আগবঢ়াবলগীয়া ভাষণ শুনিবৰ বাবে বিজেপি সাংসদ জে পি নাদ্দা , কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ আন আন সাংসদসকল মিলিত হ'ব আম্বেদকাৰ ভৱনত । তাৰোপৰি দলৰ…

নিৰ্বাচনৰ পাছতে বাঢ়িব নেকি পেট্ৰ’ল – ডিজেলৰ দাম ?

উত্তৰ প্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছতে বৃদ্ধি হ’ব পেট্ৰ’ল – ডিজেলৰ দাম ৷ আজিৰ বাজেটত নন ব্লেণ্ডেড পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ২ টকা অতিৰিক্ত আবকাৰী কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰা হৈছে ৷ ফলত পেট্ৰ’লৰ বৰ্তমানৰ আবকাৰী কৰ ২৭.৯০ টকাৰ পৰা…

বন্ধ হ’ল ৱেষ্টলেণ্ড : শিৱা ত্ৰিল’জীৰ কি হ’ব ?

চেতন ভগত , অমিশ ত্ৰিপাঠী , হৰ্ষ ভোগলেৰ দৰে প্ৰখ্যাত লেখকৰ গ্ৰন্থ প্ৰকাশ কৰি অহা প্ৰকাশন প্ৰতিষ্ঠান ‘ৱেষ্টলেণ্ড বুকছ’ বন্ধ কৰিবলৈ ওলাইছে এমাজনে ৷ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ৱেষ্টলেণ্ডৰ কৰ্মী , লেখক , এজেন্ট আৰু বিতৰকসকলৰ সৈতে…

টাটাই ভাৰত চৰকাৰৰ আৰু কোনটো কোম্পেনী ক্ৰয় কৰিব ?

ভাৰত চৰকাৰে এয়াৰ ইণ্ডিয়াৰ পাছত নীলাচল ইস্পাত নিগম লিমিটেড টাটাৰ হাতত বিক্ৰী কৰিব ওলাইছে ৷ ১২,১০০ কৌটি টকাত টাটা ষ্টীলে নীলাচল ইস্পাত ক্ৰয় কৰিব ৷ এই ধন আদায় দিয়াৰ ফলত টাটা ষ্টীলে নীলাচল ইস্পাতৰ ৯৩.৭১ শতাংশ অংশীদাৰীত্ব লাভ কৰিব ৷ এই বিক্ৰীত…

গোমূত্ৰৰে কোভিড নিৰ্মূল কৰা বিজেপি নেত্ৰী বৰ্তমান কোভিড আক্ৰান্ত

বিজেপিৰ বিতৰ্কিত নেত্ৰী সাধ্বী প্রজ্ঞা সিংহ ঠাকুৰ আক্ৰান্ত কোভিডত। নেত্ৰীগৰাকীয়ে এটা টুইটযোগে এই কথা সদৰী কৰে । বিগত বৰ্ষত কৰ'না নিৰাময় সন্দৰ্ভত আচহুৱা মন্তব্য কৰি চৰ্চালৈ আহিছিল নেত্ৰীগৰাকী। তেওঁ কৈছিল গোমূত্ৰ সেৱন কৰ'না নিৰাময়ৰ এক উত্তম…

ৰেলী আৰু ৰোড শ্ব’ত নিষেধাজ্ঞা নিৰ্বাচনী আয়োগৰ

আজি নিৰ্বাচনী আয়োগ কোভিড-১৯ মূল্যায়ন সন্দৰ্ভত এক বৈঠকত মিলিত হ'ব । বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত ৰেলীৰ বাধ্যবাধকতা সন্দৰ্ভত আলোচনা হ'ব এই বৈঠকত। বিগত ৮ জানুৱাৰীত কোভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰৰ বাবে…

আজি কৃষকসকলৰ দেশজুৰি পালন “বিশ্বাসঘাতকতা দিৱস”

আজি কৃষকসকলৰ দেশজুৰি পালন "বিশ্বাসঘাতকতা দিৱস"। কেন্দ্ৰৰ দ্বাৰা বিশ্বাসঘাতকতাৰ পোৱা অভিযোগ কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে কৃষি সমস্যাক লৈ আজি দেশজুৰি ‘বিশ্বাসঘাতকতা দিৱস’ পালন কৰাৰ কথা ঘোষণা কৰে৷  উত্তৰ ভাৰতীয় কৃষক সংঘৰ…

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন

সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট সন্মিলন। শেহতীয়াকৈ দ্যা নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছিল যে ২০১৭ চনত ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল চোৰাংচোৱা ছফ্টৱেৰ পেগাছাছ । সেয়েহে আশংকা কৰা হৈছে এইবেলি বাজেট সন্মিলনত নৰেন্দ্ৰ মোদী চৰকাৰ সন্মুখীন হ'ব…

হাজাৰ-হাজাৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ উত্তালত বিহাৰ

ৰেলৱে পৰীক্ষাত অনিয়মৰ অভিযোগত হিংসাত্মক প্ৰতিবাদ বিহাৰৰ গয়াত৷বিহাৰত ৰেইল বিভাগৰ পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ তুলি হাজাৰ-হাজাৰ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে গয়া জংচনত উপস্থিত হৈ তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।ক্ষুব্ধ শিক্ষাৰ্থীয়ে জ্বলাই…