নিৰ্বাচনৰ পাছতে বাঢ়িব নেকি পেট্ৰ’ল – ডিজেলৰ দাম ?

Share This Article

উত্তৰ প্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছতে বৃদ্ধি হ’ব পেট্ৰ’ল – ডিজেলৰ দাম ৷ আজিৰ বাজেটত নন ব্লেণ্ডেড পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ২ টকা অতিৰিক্ত আবকাৰী কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰা হৈছে ৷ ফলত পেট্ৰ’লৰ বৰ্তমানৰ আবকাৰী কৰ ২৭.৯০ টকাৰ পৰা ২৯.৯০ টকালৈ বৃদ্ধি পাব ৷ একেদৰে ডিজেলৰ আবকাৰী কৰ ২১.৮০ টকাৰ পৰা ২৩.৮০ টকালৈ বৃদ্ধি পাব ৷ ২০২২ চনৰ ১ অক্টোবৰৰ পৰা এই অতিৰিক্ত কৰ প্ৰযোজ্য হ’ব ৷ অৰ্থাৎ নিৰ্বাচন পাৰ হোৱাৰ পাছতে গ্ৰাহকে অতিৰিক্ত ধন আদায় দিব লাগিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.