সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

টাটাই ভাৰত চৰকাৰৰ আৰু কোনটো কোম্পেনী ক্ৰয় কৰিব ?

ভাৰত চৰকাৰে এয়াৰ ইণ্ডিয়াৰ পাছত নীলাচল ইস্পাত নিগম লিমিটেড টাটাৰ হাতত বিক্ৰী কৰিব ওলাইছে ৷ ১২,১০০ কৌটি টকাত টাটা ষ্টীলে নীলাচল ইস্পাত ক্ৰয় কৰিব ৷ এই ধন আদায় দিয়াৰ ফলত টাটা ষ্টীলে নীলাচল ইস্পাতৰ ৯৩.৭১ শতাংশ অংশীদাৰীত্ব লাভ কৰিব ৷ এই বিক্ৰীত পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী , বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেলে অনুমতি দিয়া বুলি বাতৰিত প্ৰকাশ ৷ ২০২০ চনৰ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে নীলাচল ইস্পাত বিক্ৰীত অনুমতি প্ৰদানকৰিছিল৷

Leave A Reply

Your email address will not be published.