সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

বাৰত বিক্ৰী হ’ব সুৰা…

অৱশেষত সুৰা বিক্ৰীৰ বাবে খুলিল বাৰ আৰু ৰেষ্টুৰেন্ট৷ কৰ্ণাটক চৰকাৰে শেহতীয়া এক নিৰ্দেশনাযোগে ৰাজ্যখনৰ বাৰ আৰু ৰেষ্টুৰেন্টসমূত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে৷ কিন্তু বাৰত বহি কোনেও সুৰাপান কৰিব নোৱাৰিব৷ বাৰসমূহে খুচুৰা মূল্যত গ্ৰাহকক সুৰা…

ক’ৰোনা:ত্ৰিপুৰাত ভয়াৱহ হৈছে পৰিস্থিতি

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷কেৱল শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত ৩০ গৰাকী লোক নতুনকৈ ক’ৰোণাত আক্ৰান্ত হয়৷ ইয়াৰে ২৫ গৰাকী লোক বি এছ এফ জোৱান৷ তেওঁলোক আম্বাছাত থকা ৮৬ নং বি এছ এফ কেম্পত কৰ্মৰত আছিল৷ ৪ গৰাকী ১৩৮নং…

ক’ৰোনাৰ শেহতীয়া খবৰ: ভাৰতত ২৪ ঘন্টাত মৃত্যু ….

ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৬০ হাজাৰৰ সীমা চোৱাৰ পথত৷ ক্ৰমাগতভাৱে তৃতীয় দিনাৰ বাবে কালিৰ দিনটোতো ৩ হাজাৰতকৈ অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ আনহাতে মৃতকৰ সংখ্যাও ১,৯৮১ জনলৈ বৃদ্ধি পাইছে৷ • যোৱা ২৪ ঘন্টাত ভাৰতত মৃত্যু হৈছে ৯৫…

আজি ৯ মে’ আৰু তাজমহলৰ মাজত কি সম্পৰ্ক?

কেবাটাও কাৰণত আজি ৯ মে’ৰ দিনটো মনত ৰাখিবলগীয়া৷ তাৰ ভিতৰত কেইটামান বিশেষ ঘটনা- আজিৰ দিনটোতে মোগল বাদশ্বাহ ছাহজাহানে বেগম মমতাজৰ স্মৃতিত তাজমহলৰ নিৰ্মান সম্পূৰ্ণ কৰিছিল৷ ২২ বছৰৰ নিৰন্তৰ শ্ৰমৰ অন্তত ১৬৫৩ খৃষ্টাব্দৰ আজিৰ দিনটোত এই নিৰ্মান শেষ…

ডেন্টেল কলেজতো ক’ৰোনা: আক্ৰান্ত হ’ল দ্বীপা

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে ন'ভেল ক'ৰোনা ভাইৰাছৰ সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ৬ জন লোক এই ভয়াৱহ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়৷ ইয়াৰে ৫ জন লোক কাছাৰৰ আৰু তেওলোক আটাইকেইজন ৰাজস্থান ফেৰৎ৷ আনগৰাকী ক'ৰোনা আক্ৰান্ত ৰোগী হৈছে গুৱাহাটীৰ…

‘কোভিড-১৯’ ৰ প্ৰতিষেধক গংগাজল!

কোৰোণা মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিত বিশ্বৰ বিজ্ঞানী, চিকিত্সক মহল ব্যস্ত হৈ আছে ‘কোভিড-১৯’ ভাইৰাছৰ নিৰ্মূলক লৈ। কিন্তু তেনে এক সময়তেই ভাৰতত গংগাজলৰ প্ৰসংগ উত্থাপিত হৈছে। দেশৰ 'অতুল গংগা' নামৰ এটা এনজিঅ’-এ কেন্দ্ৰীয় চৰকাৰৰ জল…

মহামাৰীৰ মাজত নতুন জীৱন: ভাৰতত জন্ম হ’ব ২.১০ কৌটি শিশু

মহামাৰীৰ সংঘাতৰ মাজতে আহিছে নতুন জীৱনৰ খবৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চলিত বছৰৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত ১১ কৌটি ৬০ লাখ শিশুৰ জন্ম হ’ব৷ আৰু জন্মৰ তালিকাৰ শীৰ্ষস্থানত থাকিব ভাৰত৷ সংস্থাটোৰ মতে ভাৰতত এই সময়ছোৱাত জন্ম…

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ…

আজি ৮ মে’ ৷জানি লওঁ আহক আজিৰ দিনটোৰ আমি নজনা ৫ টা কথা

দেশ আৰু পৃথিৱীৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ বহু ঘটনা ঘটি গৈছে আজি ৮ মে’ৰ দিনটোত৷ জানি লওঁ আহক তাৰ মাজৰ ৫টা গুৰুত্বপূৰ্ণ ঘটনা৷ ১৯৮৪: আজিৰ এই দিনটোতে ছোভিয়েট ইউনিয়নে অলিম্পিক খেল বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছিল৷ লছ এঞ্জেলছত অনুষ্ঠিত…

অন্ধ্ৰপ্ৰদেশত ১০ জন লোকৰ প্ৰাণ লোৱা কি এই ষ্টেৰিন গেছ?

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত গেছ ট্ৰেজেদিত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পালে৷ বিশাখাপট্টনমৰ গোপালাপট্টনম নামৰ ঠাইত অৱস্থিত এল জি পলিমাৰ প্লান্ট আজিৰে পৰা পৰা মুকলিৰ যো জা চলোৱা হৈছিল৷প্ৰস্তুতি আৰম্ভ কৰাৰ লগে লগে ফেক্টৰীটোৰ…