সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

আকৌ আহি আছে ‘টিকটক’

চীনৰ লগত সম্পৰ্কৰ অৱনতি হোৱাৰ পাছতে ভাৰতত নিষিদ্ধ কৰা হ’ল জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিঙ চাইট টিকটক ৷ কিন্তু টিকটক শীঘ্ৰেই বজাৰলৈ উভতি অহাৰ প্ৰৱল সম্ভাৱনা আছে ৷ কিন্তু এইবাৰ টিকটকৰ মালিকানা সলনি হ’ব ৷ সকলো ঠিকমতে আগবাঢ়িলে অহা ১৫ ছেপ্তেম্বৰৰ…

আনুষ্ঠানিকতা বাকী : বিজেপিৰ সংগ এৰিবলৈ সাজু হাগ্ৰামা

এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী ৷ বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে মিত্ৰদল বি পিএফ ৷ দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুকলিকৈ এই মন্তব্য কৰিছে ৷ আজি অসমীয়া দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশিত এক বাতৰিত মহিলাৰীয়ে মন্তব্য কৰিছে যে আজিৰ তাৰিখত…

ভাৰত -চীনৰ সংঘাতৰ মাজত কেনেদৰে সোমাই পৰিছে পাকিস্থান?

• সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজৰ শেহতীয়াকৈ কূটনৈতিক সম্পৰ্কৰ যি অৱনতি ঘটিছে, তাৰ মাজত জড়িত হৈ পৰিছে পাকিস্থান৷ • আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি পাকিস্থানস্থিত বালুচী আৰু সিন্ধী বিচ্ছিন্নতাবাদী সংগঠন…

নিৰ্বাচন ২০২১ : প্ৰফুল্ল মহন্তক বঢ়মপুৰতে ঘেৰিছে বিজেপিয়ে

অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসমৰ দুটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে এইবাৰ ৰণচালি সাজিছে মিত্ৰদল বিজেপিয়ে ৷ ৰাজ্যত এতিয়া অগপ আৰু বিজেপি মিত্ৰজোটৰ চৰকাৰ চলি থাকিলেও প্ৰফুল্ল কুমাৰ মহন্ত নিজ দলতে একাষৰীয়া হৈ পৰিছে ৷…

কোৱাৰেন্টাইন হ’ব নেকি প্ৰধানমন্ত্ৰী মোদী ?

বিগত কেবামাহ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন বা কাৰ্যালয়ত ক’ৰোনাকেন্দ্ৰিক সতৰ্কতাৰ কোনো সুৰুঙা নাছিল ৷ শৰীৰ তাপমাত্ৰা পৰীক্ষা নকৰাকৈ কোনো মন্ত্ৰী – আমোলাক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল ৷ কিন্তু কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী…

নিৰ্বাচন ২০২১ : নাহৰকটীয়াত লুৰিণ – হিমন্তৰ ছায়াযুদ্ধ

ক’ৰোনাৰ সংক্ৰমণৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া পূৰ্ণগতিত আৰম্ভ হৈছে ৰাজনীতিৰ চৰ্চা ৷ ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক বিৰোধী উভয় দলেই ককালত টঙালি বান্ধি সাজু হৈছে ৷ তাৰ মাজতে আকৌ উচ্চাৰিত হৈছে তৃতীয়…

সৰভোগত নিমিলা অংক ৰঞ্জিত দাসৰ : ৰাজ্যিক বিজেপিৰ সভাপতিয়ে সমষ্টি সলনি কৰিব নেকি ?

ৰাজ্যৰ ৰাজনীতিৰ বহু ৰথী – মহাৰথীৰ ভৰিৰ তলৰ মাটিত কপঁনি উঠিছে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটৰ অংকও নিমিলা হৈ আহিছে ৷ যাৰ বাবে শাসকীয় দলৰে বহু হেভীৱেট নেতাই বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা সমষ্টি বাদ দি আন সমষ্টি বাছি লোৱাৰ প্ৰক্ৰিয়া…

বিদ্যালয়ত দিব পুৱাৰ আহাৰ :নতুন শিক্ষা নীতিত পৰামৰ্শ

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয়ত পুৱাৰ আহাৰো লাভ কৰিব ৷ শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষা নীতিত ছাত্ৰ- ছাত্ৰীসকলক বিদ্যালয়তে ব্ৰেকফাষ্ট দিয়াৰ পোষকতা কৰা হৈছে ৷ নতুন শিক্ষা নীতিত কোৱা হৈছে…

ঈদৰ দিনা হোলী খেলা এখন ইছলামিক দেশ

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলে আজি উদযাপন কৰিলে কুৰবানী ঈদ ৷ কিন্তু ৯৯ শতাংশ ইছলাম ধৰ্মালম্বী লোকৰ এখন দেশে এক ব্যতিক্ৰম পদ্ধতিৰে উদযাপন কৰে আজিৰ দিনটো ৷ ঈদৰ দিনটোত কুৰবানীৰ সলনি উদযাপন কৰা হয় ৰঙৰ উৎসৱ ৷ ঠিক হোলীৰ নিচিনাকৈ ৷এই দিনটোত…

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প

ক'ৰ'না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প - লিখিছে-সৌৰভ শইকীয়া, কটন বিশ্ববিদ্য়ালয় ২০২০ চনৰ আৰম্ভণিতে মানৱজাতিয়ে এক বিশ্বব্যাপী দুৰ্যোগৰ মুখামুখি হ'ল। ইয়াক মানৱৰ বিৰুদ্ধে "প্ৰকৃতিৰ ভাইৰাছ যুদ্ধ" আখ্যা দিলেও বঢ়াই কোৱা নহ'ব। তৃতীয়…