সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

কিহৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ এই প্ৰতিবাদ ?

দেশ কঁপোৱা "পেগছাছ" কাণ্ডৰ তদন্ত বিচাৰি আজি  "ৰাজভৱন বলক" শীর্ষক প্ৰতিবাদী  কাৰ্য্যসূচী গ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।টেলিফোন টেপিং কৰি বিৰোধী নেতাৰ গোপনীয়তা খৰ্ব কৰা কাৰ্য্য বন্ধ কৰাৰ দাবীত, সংবিধানৰ স্বতন্ত্ৰতা ৰক্ষাৰ দাবীত,…

লাভলীনা : সপ্তম শ্ৰেণীত এখন বাতৰি কাকতে সলনি কৰিছিল যাৰ জীৱনৰ পথ

তেতিয়া তাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ দেউতাক টিকেন বৰগোহাঁই ঘৰৰ পৰা দূৰৈৰ বগীজানত এখন ক্ষুদ্ৰ চাহ বাগিছাৰ এটা সৰু চাকৰি কৰি আছিল ৷ মাজে মাজে ঘৰলৈ আহে ৷ কোনদিনা আহিব সেইকথা লাভলীনাহঁতে আগতীয়াকৈ গম নাপায়, কাৰণ ঘৰত তেতিয়া কোনো মোবাইল ফোনৰ ব্যৱস্থা…

কি সাজেৰে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব লাভলীনা -মেৰী কমে?

আজিৰে পৰা আনুষ্ঠানিভাবে আৰম্ভ হ'ব টকিঅ' অলিম্পিক ৷ কিছুসংখ্যক অতিথিৰ উপস্থিতিত ক্ষন্তেক পাছতে আৰম্ভ হ'ব উদ্বোধনী অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ তাৰকা বক্সাৰ মেৰী কম আৰু অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৷ মেৰী কমৰ লগতে ভাৰতীয় পুৰুষ…

শিল্পা চেট্টীয়ে পাব নেকি আৰক্ষীৰ চমন ?

পৰ্ণ চিনেমা নিৰ্মান আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা আৰু তেওৰ সহযোগী ৰায়ান থৰ্প অহা ২৭ জুলাই পৰ্যন্ত থাকিব লাগিব আৰক্ষীৰ জিন্মাত ৷ দু্যোজন অভিযুক্তক মঙলবাৰ পৰ্যন্ত নিজৰ জিন্মাত বিচাৰি আদালতত…

লাভলীনা : স্কুলত কিতাপ এৰি যি এদিন যোগ দিছিলগৈ ছাইৰ ক্ৰীড়া শিবিৰত

২০১০ চনৰ কথা ৷ ধনশিৰি আইটিআইৰ ছাত্ৰী সোণমণি গগৈয়ে এদিন বৰপথাৰ ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোমায়েকৰ জীয়েক লাভলীনাক প্ৰশিক্ষক তথা তাইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰলৈ লৈ আহিছিল ৷ সেয়াই আৰম্ভণি ৷ প্ৰশান্ত কুমাৰ দাসৰ ওচৰত লাভলীনাই…

কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ?

আজি ঘোষণা হ'ব নেকি - অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নাম ? শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে এই প্ৰশ্নৰে ৷ শেহতীয়া লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পাছত  সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই ৷ সেই সময়ত…

ভাৰত – পাকিস্তান সীমান্তত  ব্যৰ্থ লস্কৰ – ই – তৈবাৰ আক্ৰমণ

জন্মু – কাশ্মীৰত সন্ত্ৰাসবাদীৰ এক ভয়াবহ দ্ৰোন আক্ৰমণৰ প্ৰচেষ্টা ব্যৰ্থ কৰে নিৰাপত্তাৰক্ষীয়ে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , প্ৰায় ৫ কিলোগ্ৰাম আই ই ডি কঢ়িয়াই অনা এখন দ্ৰোন পাকিস্তানৰ দিশৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল ৷ তেনেসময়তে কাশ্মীৰ…

‘দৈনিক ভাস্কৰ’ৰ কাৰ্যালয়ত আয়কৰৰ তালাচী : সত্যৰ মুখামুখি হ’বলৈ চৰকাৰৰ ভয় কিয় ?

কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত গংগাৰ পাৰৰ শাৰী শাৰী শৱদেহৰ দৃশ্য আপুনি নিশ্চয় দেখিছে ৷ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে কোভিড মৃতকৰ সংখ্যা ইচ্ছাকৃতভাবে কমকৈ দেখুৱাইছিল ৷ অথচ কোভিড মহামাৰীয়ে ৰাজ্যখনত এক প্ৰকাৰ নৰসংহাৰ চলাইছিল ৷ এই…

প্ৰি কোৱাৰ্টাৰত লাভলীনাৰ সন্মুখত কোন ?

ৰিঙত ননমাকৈয়ে প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ টকিঅ' অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাৰ প্ৰথমখন খেল আছিল ২৪ জুলাইত ৷ কিন্তু প্ৰথমখন মেচত বাই লাভ কৰি তেও পোনে পোনে প্ৰৱেশ কৰিছে প্ৰি কোৱাৰ্টাৰত ৷ প্ৰি -…

দৰ্শকশূণ্য ষ্টেডিয়ামত আজিৰে পৰা টকিঅ’ অলিম্পিক

আজিৰে পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত টকিঅ’ অলিম্পিক ৷ মাত্ৰ নশ অতিথিৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ জড়িয়তে অলিম্পিকৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ’ব ৷ বিশ্বৰ দুই শতাধিক দেশৰ প্ৰায় ১৪ হাজাৰ খেলুৱৈ টকিঅ’ত উপস্থিত হৈছে যদিও  উদ্বোধনী অনুষ্ঠানৰ…