সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

সদনত প্ৰতিবাদমুখৰ বিৰোধী , অধ্যক্ষই কি ক’লে ?

পেগাছাছ কাণ্ডৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৷ মঙলবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন সদনতে বিৰোধী পক্ষই প্ৰতিবাদ আৰম্ভ কৰে ৷এনে প্ৰতিবাদত অসন্তুষ্ট হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই…

অলিম্পিকৰ পদক বিজয়ীক লৈ ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা কিয় ?

কেন্দ্ৰৰ পৰা ৰাজ্যলৈ সকলোতে এতিয়া চলিছে ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা ৷ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনাবলৈ অসমৰ বাটে ঘাটে আঁৰি দিয়া হৈছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত হোৰ্ডিঙ ৷ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈগৰাকীক শুভেচ্ছা…

বিজেপি সাংসদৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ ইমান খঙ কিয় ?

বিজেপিৰ অধিকসংখ্যক সাংসদ ৰাজ্যসভাত অনুপস্থিত থকাক লৈ ক্ষোভ ব্যক্ত কৰিছে বজেপি নেতা তথা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সংসদত অনুপস্থিত থকা সাংসদৰ তালিকা বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘটনাৰ পৰা সংসদ আৰু সাংসদক লৈ প্ৰধানমন্ত্ৰী মোদী অধিক…

পেৰিছ অলিম্পিকত ভাগ ল’ব নোৱাৰিব নেকি ভাৰোত্তোলক মীৰাবাঈ চানুৱে?

দেওবাৰে  আন্তৰাষ্ট্ৰীয় অলিম্পিক সংস্থা(IOC)ই অলিম্পিক ক্ৰীড়াৰ পৰা কেতবোৰ নিৰ্দিষ্ট খেল বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জি নিউজত প্ৰকাশ হোৱা খবৰ অনুসৰি,  IOCৰ সদস্যই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰোত্তোলন বিভাগত দেখা…

পেগাছাছ : ছোচিয়েল মেডিয়াত বিতৰ্ক নকৰিবলৈ কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

পেগাছাছক লৈ ছোচিয়েল মেডিয়াত বিতৰ্ক কৰাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে পেগাছাছ কাণ্ডৰ তদন্ত বিচাৰি কৰা আবেদনৰ…

অসমৰ সাধাৰণ নাগৰিকৰ হাতে হাতে মাৰণাস্ত্ৰ কিয় ?

ৰাজ্যত নিৰাপদ নহয়  সাধাৰণ নাগৰিক। বৃদ্ধি হৈছে  ভয়-ভাবুকি । সেয়ে হাতে হাতে এতিয়া মাৰণাস্ত্ৰ। ৰাজ্যৰ মুঠ ১৯,১৪৫ গৰাকী ব্যক্তিৰ হাতত আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ। সোমবাৰে বিধানসভাত বিধায়ক তেৰছ গোৱালাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ…

কাৰ কথা মতে বন্ধ কৰা হ’ল ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট অস্থায়ী ৰূপত বন্ধ কৰাৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদত নামিল এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ সদস্য ৷ কংগ্ৰেছৰ ভাতৃ সংগঠনৰ সদস্যসকলে আজি টুইটাৰৰ নতুন দিল্লীস্থিত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন…

মমতা – অখিলৰ আলোচনাৰ মাজত প্ৰশান্ত কিশোৰ সোমাল কিয় ?

তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে  ইতিমধ্যে তিনি লানি আলোচনাত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷প্ৰতিবাৰেই তেওক ৰাজ আতিথ্যৰে লৈ যোৱা হৈছে কলকাতালৈ ৷ পশ্চিমবংগৰ কালীঘাটত থকা কাৰ্যালয়ত তৃণমূলৰ শীৰ্ষ নেতৃত্বৰে কেবাখনো বৈঠকত…

দিল্লীত প্ৰধানমন্ত্ৰীৰে কি কথা পাতিলে হিমন্ত বিশ্ব শৰ্মাই ?

অসমৰ সীমা সমস্যা  শেহতীয়াকৈ যেন সমাধানহীন প্ৰশ্ন হৈ পৰিছে ৷ অসম – মিজোৰামৰ  লাইলাপুৰ সীমান্তৰ ৰক্তাক্ত ঘটনাৰ পাছত চুবুৰীয়া ৰাজ্য মেঘালয়ে নতুনকৈ আৰম্ভ কৰিছে আগ্ৰাসন ৷ এনে পৰিস্থিতিত সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী…

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাবলৈ জনতা ভৱনত ধন লয় কোনে ?

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ নামত জনতা ভাৱনত লোৱা হয় উৎকোচ ৷ এইদৰে উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল এজন চৰকাৰী কৰ্মচাৰী  ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাৰ পৰা ৫ হাজাৰ টকা লৈছিল আবকাৰী বিভাগৰ ভূপেন হাজৰিকা নামৰ এজন…