তালিবানৰ অধীনলৈ যাব নেকি আফগানিস্তান ?
আফগানিস্তানত অব্যাহত আছে আফগান সেনা আৰু তালিবানৰ মাজত তয়াময়া যুদ্ধ ৷ তালিবানৰ লগত সমুখ সমৰত বাৰে বাৰে হাৰ মানিছে সেনাবাহিনীয়ে ৷এনেসময়তে অচিৰেই তালিবানে দেশখনৰ ৰাজধানী কাবুল দখল কৰি চৰকাৰৰ পতন ঘটাব বুলি ভৱিষ্যতবাণী কৰিছে আমেৰিকাৰ চোৰাংছোৱা…