টেগ thecrosscurrent

ৰবি শাস্ত্ৰীৰ বিদায় নিশ্চিত , কোন হ’ব নতুন প্ৰশিক্ষক ?

ভাৰতীয় ক্ৰিকেটৰ এটা ডাঙৰ খবৰ ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বিদায় আসন্ন হৈ পৰিছে ৷ অহা অক্টোবৰ – নবেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছতে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ সম্ভাৱণা প্ৰবল হৈ পৰিছে ৷ শাস্ত্ৰীৰ লগতে বলিঙ প্ৰশিক্ষক…

আফগানিস্তানত তালিবানৰ চহৰ দখলৰ চেষ্টা , ভাৰতীয়সকলক ওভতাই আনিবলৈ কি ব্যৱস্থা ?

তালিবানৰ আক্ৰমণত প্ৰায় অৱৰুদ্ধ হৈ পৰিছে আফগানিস্তানৰ মাজাৰ-ই –শ্বৰীফ চহৰ ৷আক্ৰমণৰ আশংকাত চহৰখনৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ ব্যৱস্থা  গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷বিগত কিছুদিন ধৰি আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ মাজাৰ-ই –শ্বৰীফ চহৰত সেনা আৰু তালিবানৰ মাজত তুমুল যুদ্ধ অব্যাহত আছে…

সদনত প্ৰতিবাদমুখৰ বিৰোধী , অধ্যক্ষই কি ক’লে ?

পেগাছাছ কাণ্ডৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৷ মঙলবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন সদনতে বিৰোধী পক্ষই প্ৰতিবাদ আৰম্ভ কৰে ৷এনে প্ৰতিবাদত অসন্তুষ্ট হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে…

অলিম্পিকৰ পদক বিজয়ীক লৈ ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা কিয় ?

কেন্দ্ৰৰ পৰা ৰাজ্যলৈ সকলোতে এতিয়া চলিছে ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা ৷ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনাবলৈ অসমৰ বাটে ঘাটে আঁৰি দিয়া হৈছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত হোৰ্ডিঙ ৷ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱা হোৰ্ডিঙত নাছিল লাভলীনাৰ ফটো…

বিজেপি সাংসদৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ ইমান খঙ কিয় ?

বিজেপিৰ অধিকসংখ্যক সাংসদ ৰাজ্যসভাত অনুপস্থিত থকাক লৈ ক্ষোভ ব্যক্ত কৰিছে বজেপি নেতা তথা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সংসদত অনুপস্থিত থকা সাংসদৰ তালিকা বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘটনাৰ পৰা সংসদ আৰু সাংসদক লৈ প্ৰধানমন্ত্ৰী মোদী অধিক তৎপৰ হোৱাটোৱে পৰিলক্ষিত হৈছে ৷ দৰাচলতে…

পেৰিছ অলিম্পিকত ভাগ ল’ব নোৱাৰিব নেকি ভাৰোত্তোলক মীৰাবাঈ চানুৱে?

দেওবাৰে  আন্তৰাষ্ট্ৰীয় অলিম্পিক সংস্থা(IOC)ই অলিম্পিক ক্ৰীড়াৰ পৰা কেতবোৰ নিৰ্দিষ্ট খেল বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জি নিউজত প্ৰকাশ হোৱা খবৰ অনুসৰি,  IOCৰ সদস্যই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰোত্তোলন বিভাগত দেখা দিয়া ড’পিঙৰ সমস্যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা…

পেগাছাছ : ছোচিয়েল মেডিয়াত বিতৰ্ক নকৰিবলৈ কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

পেগাছাছক লৈ ছোচিয়েল মেডিয়াত বিতৰ্ক কৰাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে পেগাছাছ কাণ্ডৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে কোনো পক্ষই…

অসমৰ সাধাৰণ নাগৰিকৰ হাতে হাতে মাৰণাস্ত্ৰ কিয় ?

ৰাজ্যত নিৰাপদ নহয়  সাধাৰণ নাগৰিক। বৃদ্ধি হৈছে  ভয়-ভাবুকি । সেয়ে হাতে হাতে এতিয়া মাৰণাস্ত্ৰ। ৰাজ্যৰ মুঠ ১৯,১৪৫ গৰাকী ব্যক্তিৰ হাতত আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ। সোমবাৰে বিধানসভাত বিধায়ক তেৰছ গোৱালাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ…

কাৰ কথা মতে বন্ধ কৰা হ’ল ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট অস্থায়ী ৰূপত বন্ধ কৰাৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদত নামিল এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ সদস্য ৷ কংগ্ৰেছৰ ভাতৃ সংগঠনৰ সদস্যসকলে আজি টুইটাৰৰ নতুন দিল্লীস্থিত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰে…

মমতা – অখিলৰ আলোচনাৰ মাজত প্ৰশান্ত কিশোৰ সোমাল কিয় ?

তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে  ইতিমধ্যে তিনি লানি আলোচনাত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷প্ৰতিবাৰেই তেওক ৰাজ আতিথ্যৰে লৈ যোৱা হৈছে কলকাতালৈ ৷ পশ্চিমবংগৰ কালীঘাটত থকা কাৰ্যালয়ত তৃণমূলৰ শীৰ্ষ নেতৃত্বৰে কেবাখনো বৈঠকত মিলিত হৈছে ৰাইজৰ দলৰ নেতৃত্ব…