Browsing Tag
the crosscurrent
ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত।
মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত।
ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ।
ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ…
মোৰ কোনো বেমাৰ হোৱা নাই- অমিত শ্বাহ
আজি এক টুইট কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনায় যে তেখেত সম্পূৰ্ণৰূপে সুস্থ আৰু তেখেত কোনো ৰোগত আক্ৰান্ত নহয়। কিন্তু কিয় অমিত শ্বাহে এই টুইট কৰিবলগীয়া হ'ল?
বিগত দুদিনমান ধৰি অমিত শ্বাহৰ টুইটৰ এক স্ক্ৰীণশ্বট হোৱাটছএপত ভাইৰেল হৈছে। সেই…
ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী
লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক'ৰোলোৰ সংক্ৰমণ বেছি বা কম…
ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰিয়েই জীয়াই থাকিব লাগিব!
ক'ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰি কি দৰে বাচিব লাগিব, সেইয়া আমি শিকিব লাগিব৷ এই সময়ৰ সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান'- এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱাল৷ আজি এক সংবাদমেলত শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য…
বন্ধ হ’ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী হ’ব নেকি অৰেঞ্জ জ’ন?
বিগত ২৪ ঘন্টাত অসমৰ ৮ জনকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত ৷ ইয়াৰে ৪ গৰাকীয়ে হ’ল গুৱাহাটী মহানগৰীৰ৷ আক্ৰান্ত সকলৰ ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ এগৰাকী ছাত্ৰও৷আনহাতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আবাসিক অঞ্চলত…
ভাগৰত শুই গ’ল ৰেলৱে ট্ৰেকত, প্ৰাণ গ’ল ১৪ শ্ৰমিকৰ
এফালে ক’ৰোনা ,আনফালে লকডাউনে যেন চেপি খুন্দি আনিছে খাটি খোৱা লোকৰ জীৱন৷জীৱিকাৰ তাড়নাত বহি:ৰাজ্যলৈ যোৱা বহু শ্ৰমিক এতিয়া পদব্ৰজে উভটিছে নিজৰ ঘৰলৈ৷ ঘৰলৈ ওভতাৰ পথতে আজি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত সংঘটিত হ’ল এটা অত্যন্ত শোকাৱহ ঘটনা৷ ৰাজ্যখনৰ…