সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভুক্ত কৰা সম্পৰ্কে কি কলে মহেন্দ্ৰ সিং ধোনীয়ে!

ভাৰতীয় বায়ুসেনাই শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা ৰাফেল যুঁজাৰু বিমান সম্পৰ্কে মত পোষণ কৰিছে ভাৰতীয় সেনাৰ লেফ্টেনেণ্ট কল'নেল হিচাপে সন্মানিত তথা জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিঙ ধোনীয়ে।ৰাফেল যুদ্ধ জাহাজ ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰাক লৈ মন্তব্য…

সুশান্ত সিঙ ৰাজপুতৰ বিহাৰী পৰিচয়ক লৈ বিজেপিয়ে ৰাজনীতি কৰা আখ্যা দি কংগ্ৰেছৰ হুংকাৰ “ৰিয়া…

যোৱা প্ৰায় কেইবা মাহো ধৰি সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু আৰু তেখেতৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে দেশৰ আটাইবোৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। যিমানেই ই সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰিছে সিমানেই ৰাজনৈতিক নেতা আৰু দল সমূহেও…

অৰ্ণব গোস্বামীৰ ৰিপাব্লিক টিভিৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰ

বিতৰ্কিত অৰ্ণব গোস্বামী, বিতৰ্কিত তেখেতৰ নিউজ চেনেল ৰিপাব্লিক টিভি। অতিৰঞ্জিত আৰু অকালপক্ক সাংবাদিকতাৰে বিতৰ্কৰ সূত্ৰপাত ঘটোৱা এই চেনেলটোৰ এতিয়া দুজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি…

আছু-AJYCP য়ে বিজেপিক ৱাক অ’ভাৰ দিছে নেকি?

আছু-AJYCP য়ে আঞ্চলিক শক্তি সমূহক একত্ৰিত নকৰি পৃথক পৃথক দল গঠনৰ জৰিয়তে সহায় কৰিব নেকি বিজেপি দলক? এই মন্তব্য আমাৰ নহয় কৃষক নেতা অখিল গগৈৰ। আজি সাংবাদিকৰ আগত কৃষক নেতা গৰাকীয়ে কয় যে সকলো জাতীয় তথা আঞ্চলিক শক্তি যদি এটা দল আৰু এখন পতাকাৰ তলত…

পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বিশ্ববিখ্যাত তাজমহল

পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব বিশ্ববিখ্যাত তাজমহল আৰু আগ্ৰাফ'ৰ্ট । ২১ ছেপ্টেম্বৰৰ পৰা মুকলি হ'ব তাজমহল। যিহেতু বিশ্বত কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল সেয়ে ১৭ মাৰ্চৰ পৰাই বন্ধ কৰি দিয়া হৈছিল তাজমহল আৰু আগ্ৰাফ'ৰ্ট। আৰু অৱশেষত পুনৰ…

আকৌ আহি আছে PUBG!

পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। ভাৰতত PUBG ৰ নিষেধাজ্ঞা আঁতৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। কিয়নো পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তিৰ জৰিয়তে কৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে আৰু…

ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ

আজি নাৰক'টিকছ কনট্ৰ'ল বিউৰিঅ(NCB) য়ে ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ এক গোচৰত গ্ৰেপ্তাৰ কৰে। এই গোচৰত ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন প্ৰায় দহ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌৱিক, সুশান্ত…

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতি ঋণাত্মকেই হ’ব: FITCH

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত…

অৰুণাচল দক্ষিণ তিব্বতৰ অংশ, আমি কোনো ‘অৰুণাচল প্ৰদেশক” স্বীকৃতি নিদিওঁ: চীন

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ চীনৰ বিস্ফোৰণ অৰুণাচলক লৈ। যোৱা কিছুদিন পূৰ্বে ৫ জন অৰুণাচলৰ লোকক চীনা সৈন্য PLA য়ে অপহৰণ কৰা বুলি অভিযোগৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে চীনে কোনো…

১৯৭৫ চনৰ পিছত প্ৰথমবাৰলৈ লাডাখ সীমান্তত গুলীচালনা

লাডাখ সীমান্তত প্ৰথমবাৰলৈ ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আজি  চীন চৰকাৰে ভাৰতীয় সেনাই যোৱা কালি অৰ্থাৎ ৭ ছেপ্টেম্বৰত LAC অতিক্ৰম কৰি সাৱধানমূলক গুলী চালনা কৰা বুলি ভাৰত চৰকাৰক দোষাৰোপ কৰিছিল। কিন্তু কিছু সময়ৰ…