সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত…

ৰাষ্ট্ৰসংঘৰ ECOSOC ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত

ৰাষ্ট্ৰসংঘৰ Economic and Social council (ECOSOC ) ৰ সদস্য ৰূপে নিৰ্বাচিত হ'ল ভাৰত। ৪ বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ কমিচন অন ষ্টেটাছ অৱ ৱমেনৰ সদস্য ৰূপে থাকিব ভাৰতবৰ্ষ। ২০২১ চনৰ পৰা ২০২৫ চনলৈ এই আয়োগৰ সদস্যৰূপে থাকিব ভাৰতবৰ্ষ। আৰু এই কথা টুইটাৰ যোগে…

নিজৰ জীৱন নিজেই বচাওঁক, কিয়নো প্ৰধানমন্ত্ৰী এতিয়া ময়ূৰৰ লগত ব্যস্ত: ৰাহুল গান্ধী

সংসদৰ বৰ্ষা কালীন অধিবেশনৰ আৰম্ভণিৰ ঠিক আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হল ৰাহুল গান্ধী।দেশত কৰুণা ভাইৰাছৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ আক্ৰমণ নৰেন্দ্ৰ মোডীক। আজি টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে "কৰুণা সংক্ৰমণৰ…

ৰাজ্যত চাৰিখন নতুন মেডিকেল কলেজৰ অনুমোদন

আজি অসম চৰকাৰে ৪ খন নতুন মেডিকেল কলেজৰ অনুমোদন দিছে। আজি এক সংবাদমেল যুগে এই কথা ঘোষণা কৰে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ৪ খন মেডিকেল কলেজৰ বাবে চৰকাৰে ধাৰ্য্য কৰিছে প্ৰায় ২৫০০ কোটি টকা।গোৱালপাৰা, গুৱাহাটী, চৰাইদেও আৰু বিশ্বনাথত এই চাৰিখন…

কিয় ক্ষমা খুজিলে বহুবল্কী বিজেপি প্ৰবক্তা সম্বিত পাত্ৰাই?

বহুবল্কী বিজেপি প্ৰবক্তাই টেলিভিছনৰ এক বিতৰ্কিত কৰা তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিছে। সাধাৰণতে লাগ বান নোহোৱা কথাৰে টিভি বিতৰ্কত প্ৰতিপক্ষক হাৰাশাস্তি কৰা সম্বিত পাত্ৰাই এনেদৰে ক্ষমা বিচৰা নজিৰ তেনেই দুৰ্লভ। যোৱা কালি India Today নামৰ…

নৰেন্দ্ৰ মোদী চৰকাৰক GDP, নিবনুৱা সমস্যাক লৈ পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক। আজি টুইটাৰ যোগে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যি সু পৰিকল্পিতভাবে যুজঁ দিলে তাৰ…

চীনা সৈন্যই অপহৰণ কৰা ৫ অৰুণাচলী যুৱকক ভাৰতীয় সেনাৰ হাতত অৰ্পণ

কিছুদিন পূৰ্বে চীনা সৈন্যই অপহৰণ কৰা বুলি অভিযোগ উঠা ৫ জন অৰুণাচলী যুৱকক আজি ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে চীনে। জানিব পৰা মতে যুৱক কেইজনক এতিয়া ভাৰতীয় সেনাই কোভিড-১৯ প্ৰট'কল অনুসৰি ১৪ দিন কুৱাৰেণ্টাইন কৰিব। ইয়াৰ পিছতে যুৱক কেইজনক পৰিয়ালৰ…

সুদৰ্শন নিউজৰ “UPSC জেহাদ” শীৰ্ষক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ অনুমতি দিলে কেন্দ্ৰই

বিতৰ্কিত সুদৰ্শন নিউজ চেনেলৰ “UPSC জেহাদ” শীৰ্ষক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰই। যোৱা ৯ ছেপ্টেম্বৰত প্ৰচাৰ আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ(I & B ministry) এক নিৰ্দেশনাত চেনেলটোক উক্ত অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ অনুমতি দিয়া…

আয়ুৰ্বেদিক কাৰণত প্ৰতিদিনে গো মূত্ৰ সেৱন কৰে নেকি অক্ষয় কুমাৰে!

বলিউডৰ তাৰকা অক্ষয় কুমাৰে যোৱা কালি এক ইনষ্টাগ্ৰাম ইন্টাৰভিউত কয় যে তেওঁ আয়ুৰ্বেদিক কাৰণত প্ৰতিদিনে গো মূত্ৰ সেৱন কৰে। ইনষ্টাগ্ৰাম ইণ্টাৰভিউটো আছিল অক্ষয় কুমাৰে শেহতীয়াকৈ বিয়েৰ গ্ৰীলছ নামৰ ৱাইল্ড লাইফ এডভেন্সাৰ জনৰ সৈতে "Into the Wild"…

অনুৰাগ কাশ্যপ আৰু কুনাল কামৰাই এইবাৰ অৰ্ণব গোস্বামীক দিলে শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা,পিছে চেন্ডেলেৰেহে

কমেডিয়ান কুনাল কামৰা আৰু চিনেমা ডাইৰেক্টৰ অনুৰাগ কাশ্যপ আজি উপস্থিত হ'ল মুম্বাই স্থিত ৰিপাব্লিক টিভিৰ অফিচত। উদ্দেশ্য অৰ্ণব গোস্বামীক শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা। পিছে ৰিপাব্লিক টিভিৰ চিকউৰিতি গাৰ্ডে দুয়োজনক অফিচৰ ভিতৰত প্ৰৱেশ কৰাৰ…