সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

RSS

গৰুয়ে নিশ্বাসত এৰে অক্সিজেন! ন্যায়াধীশে এয়া কি ৰায় দিলে?

ভাৰতৰ ন্যায়পালিকা কি স্তৰলৈ অৱনমিত হৈছে, সেয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ভাষণেই উদঙাই দিলে৷ দেওবাৰে বিশ্ব হিন্দু পৰিষদৰ এক শাখা সংগঠনৰ বৈঠকত ভাষণ দি ন্যায়াধীশ শ্বেখৰ যাদৱে কৈ দিলে যে ভাৰত দেশ ইয়াৰ সংখ্যাগুৰুৰ মতে পৰিচালিত হ’ব৷…

অবিশ্বাস্য ৷ অবাঞ্চিত ৷ মাংস নিষিদ্ধক লৈ আৰম্ভ হৈছে নতুন ৰাজনীতি ৷

অবিশ্বাস্য ৷ অবাঞ্চিত ৷ মাংস নিষিদ্ধক লৈ আৰম্ভ হৈছে নতুন ৰাজনীতি ৷ গো – মাংস নহয় , সকলো মাংস আৰু কণী নিষিদ্ধ কৰি কি ৰাজনীতি আৰম্ভ কৰিছে বিজেপিয়ে ? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত…

বিৰোধীয়ে যুঁজিছে আৰ এছ এছৰ ছায়াৰ সৈতে

কোৱা হয় ২০১৩ ৰ মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই ২০১৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ বিজয় উজু কৰি তুলিছিল ৷ মোদীৰ অপাৰ জনপ্ৰিয়তাই ২০১৭ ত উত্তৰ প্ৰদেশত শাসনলৈ আনিছিল বিজেপিক ৷ পুলৱামা – বালাকোটে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বিজয় অধিক…

ধৰ্মান্তৰকৰণক লৈ কি ক’লে RSSৰ মুৰব্বী মোহন ভাগৱতে?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে আকৌ এবাৰ ধৰ্মান্তৰকৰণৰ ওপৰত এটা বিবৃতি প্ৰকাশ কৰিছে। ভাগৱতে কৈছে যে আমি আমাৰ ল'ৰা-ছোৱালীক তেওঁলোকৰ ধৰ্মৰ প্ৰতি সন্মান কৰিবলৈ আৰু উপাসনা কৰিবলৈ শিকোৱা উচিত যাতে তেওঁলোকৰ মন আন ধৰ্মৰ প্ৰতি ঢাল…

কৃষক বিদ্ৰোহে সমস্যাত পেলাব বিজেপিক : আৰ এছ এছৰ আশংকা

পাঁচ ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে মাথা – ব্যাথাৰ কাৰণ হৈ উঠিব পাৰে কৃষক বিদ্ৰোহ ৷ আৰ এছ এছৰ দুদিনীয়া পৰ্যালোচনা বৈঠকত এই আশংকাই ব্যক্ত কৰা হৈছে ৷সংঘৰ নেতাসকলৰ পৰ্যবেক্ষণ অনুসৰি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৃষক নেতাসকলৰ লগত…

জাভেদ আখতাৰে আৰ এছ এছক কিয় তালিবানেৰে ৰিজালে ?

তালিবানসকল বৰ্বৰ আৰু তেওলোকৰ কাম কাজ যে নিন্দনীয় তাত কোনো সন্দেহ নাই ৷কিন্তু তাৰ লগত এইটোও ক’ব লাগিব যে যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদ , বজৰংগ দল আদিক সমৰ্থন কৰে তেওলোকৰ মানসিকতাও তেনেকুৱাই ৷- এই মন্তব্য কৰিছে প্ৰখ্যাত গীতিকাৰ , কবি…

৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ৰাম মন্দিৰ, ৰাম জন্মভূমি ন্যাসৰ তামৰ বৰঙণি অনুদানৰ আহ্বান

ৰাম মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত আৰম্ভ হৈছে। ইয়াৰ লগে লগে মন্দিৰ নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বত থকা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে ৰাম ভক্তক তামৰ(copper) বৰঙণি অনুদান দিবলৈ আহ্বান জনাইছে। ন্যাসটোৱে জনোৱা মতে অহা ৩৬ ৰ পৰা ৪০ মাহৰ…

সাম্প্ৰতিক (২): শত্ৰু কোন?

"দৰাচলতে, আজি আমি সকলোৱে এই কথা অতি স্পষ্টকৈ বুজি পাব লাগে যে বিজেপি–আৰ.এছ.এছ. হৈছে অসমবাসী ৰাইজৰ সামূহিক স্বাৰ্থৰ প্ৰতি, অসমৰ জন-জীৱনৰ প্ৰতি ভাবুকি, আৰু জাতি–মাটি–ভেটিৰ এই শত্ৰুক আমি পুলিয়ে-পোখাই উভালিবলৈ একগোট আৰু বদ্ধপৰিকৰ হোৱাৰ সময়…

দিল্লীলৈ উৰা মৰাৰ পুনৰ পৰিকল্পনা কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই?

মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ সালসলনিৰ গুণাগঁথা চলি থকা সময়তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনৰ চর্চা চলিছে অসমৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাকলৈ। The Wire নামৰ পৰ্টেলত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি মন্ত্ৰী সভাত স্থান পাব কেইবাখনো নতুন মুখে। ইয়াৰ ভিতৰত…