সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#PMOindia

যোগী আদিত্যনাথ-হিমন্ত বিশ্ব শৰ্মালৈ কি সকীয়ণি প্ৰধানমন্ত্ৰী মোদীৰ?

এপাত কাঁড়েৰে দুটাকৈ লক্ষ্যভেদ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ দুখন নতুন সমিতিৰ জড়িয়তে স্পষ্ট কৰি দিলে যে বিজেপিত এতিয়াও তেঁৱেই সৰ্বেসৰ্বা ৷ লগতে যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাকো দিলে সকীয়ণি ৷ কি সকীয়ণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ,…

উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আগে আগে বাৰাণসীত মোডীঃ কিন্তু কিয়?

আজি বাৰাণসীত কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰাণসীত সমবেত জনতাক সম্বোধন কৰি বাৰাণসীৰ সভ্যতাৰ ঐতিহ্যক প্ৰশংসাৰে উপচাই মোদীয়ে কয় যে বহু চুলতানৰ উত্থান আৰু পতন হল কিন্তু বেনাৰস একেই থাকিল।…

দুখবৰঃ কাপোৰ আৰু জোতা/চেণ্ডেলৰ GST বৃদ্ধি কৰিব কেন্দ্ৰই-বৃদ্ধি পাব দাম

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ১০০০ টকা পৰ্য্যন্ত মূল্যৰ কাপোৰ আৰু জোতা/চেণ্ডেলৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে…

মোদী চৰকাৰে কিয় বাতিল কৰিলে তিনিখন বিতৰ্কিত কৃষি আইন?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও কৃষকসকলৰ আন্দোলন এতিয়াই বন্ধ নহয় ৷ কৃষক নেতা গজেন্দ্ৰ টিকাইতে এই ঘোষণা কৰিছে ৷ মোদীয়ে কয় যে সংসদত যেতিয়ালৈকে কৃষি আইন প্ৰত্যাহাৰ কৰা নহয় তেতিয়ালৈকে…

প্ৰধানমন্ত্ৰী মোদীয়ে ক’ত উদযাপন কৰিলে দিপাৱলী ?

দিপাৱলীৰ দিনটোত দেশৰ সৈনিকসকলক শুভেচ্ছা জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ল জন্মু – কাশ্মীৰৰ নৌছেৰাত ৷ সেনা জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়-‘মই নিজৰ পৰিয়ালৰ সৈতে দিপাৱলী উদযাপন কৰিব বিচাৰো ৷ সেয়ে আজি…

১০০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িলে ভাৰতে

১০০ কোটি লোকক ক'ভিড ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িলে ভাৰতে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০০ কোটি টিকাকৰণ সম্পূৰ্ণ হোৱাৰ পিছত শুক্ৰবাৰে দেশবাসীক সম্বোধন কৰি কয় যে কালি ২১ অক্টোবৰত ভাৰতে ১ বিলিয়ন অৰ্থাৎ ১০০ কোটি ভেকচিন প্ৰদানৰ এক কঠিন আৰু…

৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক

🔴 ৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হব এখন ৰুদ্ধদ্বাৰ বৈঠক 🔴 বৈঠকত বিজেপি সভাপতি জে পি নাড্ডাই পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সাফল্যসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে সকলো…

দেশৰ ১৮টা শক্তি প্ৰকল্পত শেষ হ’ল কয়লাঃ অনিশ্চিত ভৱিষ্যতৰ দিশে ভাৰত

🔴 দেশত এতিয়াও অব্যাহত আছে কয়লাৰ সংকট 🔴 ভাৰতত ১৩৫ টা শক্তি প্ৰকল্প আছে য'ত কয়লাৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় 🔴 চৰকাৰী পৰিসংখ্যা অনুসৰি ইয়াৰে ১৮ টা প্ৰকল্পত কয়লা সম্পূৰ্ণৰূপে শেষ হৈ গৈছে অৰ্থাৎ কয়লাৰ মজুত নাই 🔴 ২০ টা প্ৰকল্পত…

দেশত কিহৰ বাবে হ’ব পাৰে বিদ্যুৎ সংকট? কয়লাই কেনেদৰে বিদ্যুৎ উৎপাদন কৰে?

 প্ৰায় ২টা বছৰ বিশ্বত ক'ভিডে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত এতিয়া বিশ্বব্যাপী নাটনি হৈছে কয়লাৰ। আনকি বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ ভাৰততো কয়লাৰ তীব্ৰ সংকটে দেখা দিছে। দেশৰ কেইবাটাও শক্তি প্ৰকল্পত মাত্ৰ ৩ৰ পৰা ৫ দিনৰ…

সাৱধানঃ ক’ভিডত আক্ৰান্ত হৈ দেশত এতিয়াও চিকিৎসাধীন হৈ আছে ২ লাখ ৭ হাজাৰ ৰোগী

দেশত আৰম্ভ হৈছে দুৰ্গা পূজা। দুৰ্গা পূজা আৰম্ভ হোৱাৰ লগে লগে মণ্ডপে মণ্ডপে ভিৰ কৰিছে লক্ষ লক্ষ জনতাই। কিন্তু পূজাৰ আনন্দৰ মাজতো দেশত অব্যাহত আছে ক'ভিডৰ কালৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ১৫৮২৩ গৰাকী। দেশত এই পৰ্যন্ত চিকিৎসাধীন হৈ আছে…