সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ ১৮টা শক্তি প্ৰকল্পত শেষ হ’ল কয়লাঃ অনিশ্চিত ভৱিষ্যতৰ দিশে ভাৰত

🔴 দেশত এতিয়াও অব্যাহত আছে কয়লাৰ সংকট

🔴 ভাৰতত ১৩৫ টা শক্তি প্ৰকল্প আছে য’ত কয়লাৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়

- Donation -

🔴 চৰকাৰী পৰিসংখ্যা অনুসৰি ইয়াৰে ১৮ টা প্ৰকল্পত কয়লা সম্পূৰ্ণৰূপে শেষ হৈ গৈছে অৰ্থাৎ কয়লাৰ মজুত নাই

🔴 ২০ টা প্ৰকল্পত মাত্ৰ ৭ দিনৰ বাবেহে কয়লা মজুত বা বাকী আছে

🔴 কয়লা সংকটক লৈ চিন্তিত হৈ পৰিছে কোল ইণ্ডিয়া আৰু কেন্দ্ৰীয় চৰকাৰ

Leave A Reply

Your email address will not be published.