সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

indian army

চীনা সৈন্যই অপহৰণ কৰা ৫ অৰুণাচলী যুৱকক ভাৰতীয় সেনাৰ হাতত অৰ্পণ

কিছুদিন পূৰ্বে চীনা সৈন্যই অপহৰণ কৰা বুলি অভিযোগ উঠা ৫ জন অৰুণাচলী যুৱকক আজি ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে চীনে। জানিব পৰা মতে যুৱক কেইজনক এতিয়া ভাৰতীয় সেনাই কোভিড-১৯ প্ৰট'কল অনুসৰি ১৪ দিন কুৱাৰেণ্টাইন কৰিব। ইয়াৰ পিছতে যুৱক কেইজনক পৰিয়ালৰ…

অৰুণাচল দক্ষিণ তিব্বতৰ অংশ, আমি কোনো ‘অৰুণাচল প্ৰদেশক” স্বীকৃতি নিদিওঁ: চীন

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ চীনৰ বিস্ফোৰণ অৰুণাচলক লৈ। যোৱা কিছুদিন পূৰ্বে ৫ জন অৰুণাচলৰ লোকক চীনা সৈন্য PLA য়ে অপহৰণ কৰা বুলি অভিযোগৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে চীনে কোনো…

১৯৭৫ চনৰ পিছত প্ৰথমবাৰলৈ লাডাখ সীমান্তত গুলীচালনা

লাডাখ সীমান্তত প্ৰথমবাৰলৈ ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আজি  চীন চৰকাৰে ভাৰতীয় সেনাই যোৱা কালি অৰ্থাৎ ৭ ছেপ্টেম্বৰত LAC অতিক্ৰম কৰি সাৱধানমূলক গুলী চালনা কৰা বুলি ভাৰত চৰকাৰক দোষাৰোপ কৰিছিল। কিন্তু কিছু সময়ৰ…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে চীনা নাগৰিকক ভাৰতীয় সেনাৰ সহায়

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন অব্যাহত থকাৰ সময়তে ভাৰত চীনৰ আন এক সীমান্ত উত্তৰ ছিক্কিমত ভাৰতীয় সেনাৰ মানৱীয়তাই হৃদয় জিনিছে সকলোৰে। জানিব পৰা মতে যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে সাগৰ পৃষ্ঠৰ পৰা ১৭৫০০ ফুট উচ্চতাত থকা উত্তৰ ছিক্কিমত তিনি জন চীনা…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে অৰুণাচলৰ ৫ জন লোকক অপহৰণ চীনা সৈন্যৰ

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থাকোতেই ৫ জন ভাৰতীয় লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে চীনা সৈন্যৰ বিৰুদ্ধে। জানিব পৰা মতে উজনি সোৱণশিৰী জিলাৰ ভাৰত চীন সীমান্তৰ এখন জংঘলত চিকাৰ কৰি থকা অৱস্থাত অপহৰণ কৰিছে চীনা সৈন্যই। ঘটনাটো সংঘটিত…

লাডাখ সীমান্তত ‘বিকাশ বেটেলিনৰ’ এজন শ্বহীদ

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিৰোধ কৰোঁতে ভাৰতৰ বিশেষ 'বিকাশ বেটেলিয়নৰ' এজন সেনাৰ মৃত্যু হোৱা বুলি কিছু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য এই পৰ্য্যন্ত অহা নাই। কিন্তু তিব্বতৰ…

লাডাখ সীমান্তত চীনা সৈন্যক প্ৰতিৰোধ কৰা ‘বিকাশ বেটেলিয়ন’ আচলতে কি?

লাডাখ সীমান্তত ভাৰত চীনৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ মাজতে এতিয়া চর্চালে আহিছে এটা বিশেষ নাম। বিকাশ বেটেলিয়ন বা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ'ৰ্চ(SFF) নামে জনাজাত এই বিশেষ সামৰিক গোটতোৰ বহু সাহসিকতাৰ কাহিনী এতিয়া সংবাদ মাধ্যমত বিয়পি পৰিছে। কিছু…

লাডাখ সীমান্তত পুনৰ উত্তেজনা, এইবাৰ পংগঙ হ্ৰদত চীনা সৈন্যৰ স্থিতাৱস্থা ভংগৰ প্ৰচেষ্টা

যোৱা ২৯/৩০ আগষ্টৰ নিশা চীনৰ PLA সৈন্যই পুনৰ লাডাখ সীমান্তৰ পংগঙ হ্ৰদ অঞ্চলত স্থিতাৱস্হা ভংগৰ প্ৰচেষ্টা কৰে। এই কথা আজি ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তি যুগে জনাইছে। উক্ত প্ৰেছ বিজ্ঞপ্তি অনুসৰি চীনা সৈন্যৰ এই শেহতীয়া…

লাডাখ সীমান্তত আজি ভাৰত-চীনৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা

আজি লাডাখ সীমান্তৰ মলদ' নামৰ স্থানত ভাৰত-চীনৰ মাজত কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই আলোচনাত দুয়োখন দেশে সীমান্তৰ উত্তেজনা শান্ত কৰা আৰু সীমান্তৰ পৰা সৈন্য বাহিনী আঁতৰোৱাৰ সন্দৰ্ভত আলোচনা কৰিব। জানিব পৰা…