সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

india

২২ নাগৰিকৰ মৃত্যুৰ পাছতো উত্তৰ প্ৰদেশত ‘কা’ কিয় ইছ্যু নহয় ?

২০১৯ চনৰ ডিচেম্বৰ মাহত দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৃষ্টি হৈছিল গণজাগৰণৰ ৷ অসমৰ পৰা উত্তৰ প্ৰদেশলৈ সকলোতে ‘কা’ বিৰোধী আন্দোলনে উত্তাল কৰিছিল ৰাজপথ ৷ কেৱল উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী আন্দোলনত ২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ…

স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰিবলৈ আহ্বান জনালে এইসকল লোকক….

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান ক’ভিড ১৯ য়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লগতে ৰাজ্যবাসীয়ো ক'ভিডৰ তৃতীয়টো ঢৌত আক্রান্ত হৈছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে মাস্কৰ সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্রণালয়ে কয়, ৫ বছৰ…

ভাৰতত ২,৮২,৯৭০ জন আৰু অসমত ৮০৭২ জন আক্ৰান্ত ক’ভিড-১৯ত

দেশত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ভাৰতত ২,৮২,৯৭০ জন ক'ভিডত আক্ৰান্ত। মৃত্যু হৈছে ৪৪১ জন ৰোগীৰ। আনহাতে, অসমতো  উদ্বেগজনভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০৭২ জন লোক আক্ৰান্ত হৈছে…

ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়….

কেন্দ্ৰই ক’ভিড ভেকচিন প্ৰসংগত দেশৰ উচ্চতম ন্যায়ালয়ত এক শপত নামা দাখিল কৰিছে। এই শপতনামাত কৈছে যে, ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। কোনোলোকে ইচ্ছা নকৰিলে তেওঁক ভেকচিন গ্ৰহণৰ বাবে বাধ্য কৰিব নোৱাৰিব। কেন্দ্ৰই লগতে শপত নামাত কৈছে যে,…

দেশত ২৪ ঘণ্টাত ক’ভিডত ২,৬৮,৮৫৩ জন ৰোগী আক্ৰান্ত

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ। শুক্ৰবাৰৰ দিনটোত দেশত ক'ভিড ৰোগীৰ সংখ্যা আছিল ২,৬৪,০০০। আনহাতে শনিবাৰৰ দিনটোত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,৬৮,৮৫৩ জন ৰোগী। বিগত ২৪ ঘণ্টাত দেশখনত ৪০২ জন লোকৰ মৃত্যু হয় ক'ভিড-১৯ত। যি শনিবাৰৰ তুলনাত কম।…

দেশৰ কোভিড পৰিস্থিতিক লৈ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী

আজি বিয়লী ৪.৩০ বজাত এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে। ভিডিঅ’ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব মোদী। দেশৰ কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব…

কোভিডৰ দ্ৰুত সংক্ৰমণ…..

দেশত কোভিডৰ দ্ৰুত সংক্ৰমণ। ভাৰতত বিগত ২৪ ঘণ্টাত ২,৪৭,৪১৭ জন আক্ৰান্ত হৈছে কোভিড-১৯ ত। কোভিডৰ তৃতীয় ঢৌত বুধবাৰে বিগত ২৪ ঘণ্টাত সৰ্বাধিক আক্ৰান্ত হৈছে ভাৰতত। এসপ্তাহ আগৰ তুলনাত সংক্ৰমণ ১৬৫% তকৈও অধিক বৃদ্ধি হৈছে। মৃত্যু হৈছে ৩৮০ জন। লগতে…

কোনে কৰাব লাগিব কোভিড পৰীক্ষা, কোনে নালাগে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আদেশ অনুসৰি ক’ৰোনা ৰোগীৰ সংস্পৰ্শলৈ অহা সকলোৱে কোভিড পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। বৃদ্ধ বা আগৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা লোকহে কৰিব লাগিব কোভিড পৰীক্ষা। বিশেষকৈ উচ্চ ৰক্তচাপ, হাঁওফাঁও আৰু বৃক্কৰ ৰোগ, মেদবহুলতা…

কোভিডৰ গণসংক্ৰমণ……

অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো এটা দিন। আনহাতে ৰাজ্য চৰকাৰে অসমত নতুনকৈ SOP জাৰি কৰা পাছতো কোভিড-১৯ একেদিনাই ২,০০০ ৰ সীমা অতিক্ৰম কৰিছে। সোমবাৰৰ দিনটোত নতুনকৈ ২১৯৮ জন ৰোগী আক্ৰান্ত হৈছে কোভিডত। সৰ্বাধিক কামৰূপ(ম)তে যোৱা ২৪ ঘণ্টাত…

পুনৰ ভাৰতৰ ধনী ব্যক্তি তালিকাত স্থান লাভ আম্বানী আৰু আদানীৰ

পুনৰবাৰ এছিয়াৰ ভিতৰত ভাৰতৰ ধনী ব্যক্তি তালিকাত স্থান লাভ আম্বানী আৰু আদানীৰ। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী এছিয়াৰ ভিতৰত দ্বিতীয়জন ধনী ব্যক্তি হোৱাৰ বিপৰীতে প্ৰথমজন ধনী ব্যক্তিৰ তালিকাত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী৷ শেহতীয়াকৈ আদানীয়ে…