সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

himantabiswasarma

মাইক্ৰ’ফাইনেন্সৰে চৰকাৰৰ চুক্তি : কোনে , কেনেকৈ ঋণ ৰেহাই পাব ?

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত মঙলবাৰে অসম চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্স কোম্পেনীসমূহৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ অসমত ঋণ প্ৰদান কৰি থকা ৩৮ টা মাইক্ৰ’ফাইনেন্স কোম্পেনী আৰু বেংকে চুক্তিত স্বাক্ষৰ কৰে ৷ ২০২৩ চনৰ ৩১ মাৰ্চলৈ এই  …

শৰ্মিষ্ঠা প্ৰীতমে খোজ কাঢ়িব বিচাৰে

অসমৰ যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী লেখিকা শৰ্মিষ্ঠা প্ৰীতম ৷ দীৰ্ঘদিন ধৰি SMA নামৰ এটা জটিল ৰোগত আক্ৰান্ত ৷ হুইল ছেয়াৰত বন্দী জীৱন ৷ কেৱল শৰ্মিষ্ঠাই নহয় , এই ৰোগত আক্ৰান্ত প্ৰতিগৰাকী লোকেই এনে এক দুৰ্ভাগ্যৰ জীৱন কটাবলগীয়া হয় ৷ কাৰণ , এই…

মমতাৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক হিমন্তৰ ‘অৰুণোদয়’ৰে প্ৰত্যাহ্বান

পশ্চিমবংগত এতিয়া লক্ষ্মী ভাণ্ডাৰ বনাম অৰুণোদয়ৰ যুঁজ ৷ মমতা বেনাৰ্জীৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক এইবাৰ পশ্চিমবংগ বিজেপিয়ে কাউন্টাৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ ‘অৰুণোদয়’ আঁচনিৰে ৷ তৃতীয়বাৰৰ বাবে পশ্চিমবংগত ক্ষমতালৈ অহা মমতা বেনাৰ্জী নেতৃত্বাধীন…

চৰকাৰৰ ১০০ দিন : কোন তিনিগৰাকী মন্ত্ৰীৰ বাবে অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা  ?

ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ এশটা দিনৰ কাম কাজক লৈ সফলতাৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এই এশটা দিনত তিনিগৰাকী মন্ত্ৰীৰ কাম কাজে বেকফুটলৈ ঠেলি দিলে চৰকাৰখনক ৷অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ৷ কোন এই…

১ ছেপ্তেম্বৰৰ পৰা অসমত আনলক : আৰু কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?

আনলক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যত দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা ৫০০ লৈ হ্ৰাস পালেই সম্পূৰ্ণ আনলক ৷ বৰ্তমানৰ দৰে পৰিস্থতি অব্যাহত থাকিলেও ১ ছেপ্তেম্বৰৰ পৰা আন্ত:জিলা যাতায়ত সম্পূৰ্ণৰূপে মুকলি…

লাভলীনালৈ ডি এছ পিৰ চাকৰি : আৰু কি কি উপহাৰ অসম চৰকাৰৰ ?

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পিৰ চাকৰি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াবিদগৰাকীক ১ কৌটি টকাৰ…

অসমৰ সাধাৰণ নাগৰিকৰ হাতে হাতে মাৰণাস্ত্ৰ কিয় ?

ৰাজ্যত নিৰাপদ নহয়  সাধাৰণ নাগৰিক। বৃদ্ধি হৈছে  ভয়-ভাবুকি । সেয়ে হাতে হাতে এতিয়া মাৰণাস্ত্ৰ। ৰাজ্যৰ মুঠ ১৯,১৪৫ গৰাকী ব্যক্তিৰ হাতত আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ। সোমবাৰে বিধানসভাত বিধায়ক তেৰছ গোৱালাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ…

দিল্লীত প্ৰধানমন্ত্ৰীৰে কি কথা পাতিলে হিমন্ত বিশ্ব শৰ্মাই ?

অসমৰ সীমা সমস্যা  শেহতীয়াকৈ যেন সমাধানহীন প্ৰশ্ন হৈ পৰিছে ৷ অসম – মিজোৰামৰ  লাইলাপুৰ সীমান্তৰ ৰক্তাক্ত ঘটনাৰ পাছত চুবুৰীয়া ৰাজ্য মেঘালয়ে নতুনকৈ আৰম্ভ কৰিছে আগ্ৰাসন ৷ এনে পৰিস্থিতিত সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী…

মন্ত্ৰী ৰঞ্জিত দাসৰ যুক্তি ২৪ ঘন্টাও নিটিকিল কিয় ?

গাঁৱত ঘৰ সাজিলেও পঞ্চায়তক দিব লাগিব কৰ ৷ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘আদৰ্শ নাগৰিক চনদ’ মুকলিৰে এই ঘোষণা কৰিছিল মঙলবাৰে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত বুধবাৰে…

মিজোৰামৰ সাংসদক গোচৰৰ পৰা ৰেহাই কিয় ?

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিছে অসম আৰক্ষীয়ে ৷ অসম- মিজোৰামৰ সীমান্তকেন্দ্ৰিক সংঘাত অব্যাহত থকাৰ সময়তে নতুন দিল্লীত উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে কে…