সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

himanta biswa sarma

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হস্পিতালৰ পৰাই অমিত শ্বাহৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ…

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই দিয়াৰ নিৰ্দেশ অসম চৰকাৰৰ

আজি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ ১ মে', ২০২০ ৰ পৰা শিক্ষানুষ্ঠান সমূহ নোখোলা পৰ্যন্ত প্ৰযোজ্য হ'ব।…

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম, মৃতকৰ সংখ্যাই চুলে ১০০ৰ ঘৰ

শেহতীয়াকৈ ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ তুলনামূলক ভাবে কিছু হ্ৰাস পাইছে যদিও শনিবাৰে মৃতকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলে। এই পৰ্যন্ত ৰাজ্যত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা ৪১৭২৬। ইয়াৰে ৩১৪৪২ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে ১০১৮০ জন লোক এতিয়াও…

শিক্ষানুষ্ঠান সমূহ কেতিয়া খুলিব?

যি সময়ত কৰোনা মহামাৰীৰ বিভীষিকাৰ ফলত আজি প্ৰায় ৪ মাহ দিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান কেতিয়া আৰম্ভ হ'ব, সেই প্ৰশ্নই শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্ধিগ্ন কৰি ৰাখিছে, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলত এই…

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই- ১)শীঘ্ৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যায়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পূৰণ কৰা হ’ব। ২)বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি দিয়া হ’ব ২৪০ গৰাকী অধ্যাপকক। আনহাতে ৮০ জন তৃতীয় আৰু…

ৰাজ্যত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ৪০২৬৯, প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে লাভ কৰিছে ব্যাপক সঁহাৰি

ক'ভিদ-১৯ ৰ পৰা সুস্থ হোৱাৰ ক্ষেত্ৰত অন্যতম ফলদায়কৰূপে বিবেচিত হোৱা প্লাজমা থেৰাপিৰ বাবে প্ৰয়োজনীয় প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যাপক সঁহাৰি লাভ কৰা কথা জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে ৫৫ জন কৰোনাৰ পৰা সুস্থ হোৱা লোকে…

অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ক'ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ অধিক তত্পৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়তেই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব হঠাত অসুস্থ হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিডনীত ধৰা পৰিছে ৩.৭৬mmৰ…

পুনৰ আক্ৰান্ত ৬০ জন , সৰ্বমুঠ ৭৭৪

৭৭৪ হ’ল অসমত এতিয়ালৈকে সৰ্বমুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰে ৬২ গৰাকী এতিয়ালৈকে আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৷ মন্ত্ৰী হিমন্তবিশ্বৰ শেহতীয়া টুইট অনুসৰি একেবাৰে শেহতীয়াকৈ চিনাক্ত হোৱা ৬০ গৰাকীৰ ভিতৰত *কামৰুপ মেট্ৰোৰ ৪১ জন…

অসমত পুনৰ ৫৩গৰাকীৰ শৰীৰত কোভিড-১৯ পজিটিভ

অসমত পুনৰ ৫৩ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে ৪৪ গৰাকী সৰুসজাই কোৱাৰেণ্টীন চেণ্টাৰৰ, ৭জন ডিমা হাছাওৰ আৰু ২গৰাকী কাছাৰৰ ৷ টুইটযোগে প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ????Alert ~ Fifty three new #COVID19 + cases…

মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি

মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি বিয়পোৱাৰ এক খবৰ পোহৰলৈ আহিছে৷ ক'ভিড-১৯ সম্পর্কীয় সকলো আপডেট টুইটাৰত টুইট কৰি জনাই আহিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ এক টুইটৰ স্ক্ৰীণশ্বট ভাইৰেল হয় চচিয়েল মিডিয়াত৷ টুইটটোত…