অসমত পুনৰ ৫৩গৰাকীৰ শৰীৰত কোভিড-১৯ পজিটিভ

অসমত পুনৰ ৫৩ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে ৪৪ গৰাকী সৰুসজাই কোৱাৰেণ্টীন চেণ্টাৰৰ, ৭জন ডিমা হাছাওৰ আৰু ২গৰাকী কাছাৰৰ ৷ টুইটযোগে প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave a Reply

Your email address will not be published. Required fields are marked *