সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#election2022

পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

আজি প্ৰকাশ কৰিলে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। পঞ্জাৱত কংগ্ৰেছ আৰু  উত্তৰ প্ৰদেশত বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ ৮৬ আসনৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীয়ে…

উত্তৰ প্ৰদেশৰ নিৰ্বাচন হব ৮৫ আৰু ১৫ঃ স্বামী প্ৰসাদ মৌৰ্য

কিছুদিনৰ পূৰ্বে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত কয় যে, এইবাৰ প্ৰতিদ্বন্দিতা ৮০ বনাম ২০ হব। কিন্তু তাৰ কেইদিনমানৰ পাছতেই উত্তৰ প্ৰদেশৰ ৰাজনীতিত সলনি হয় প্ৰেক্ষাপট। বিজেপিৰ মন্ত্ৰী-বিধায়কে ত্যাগ কৰে দল। মঙলবাৰে স্বামী প্ৰসাদ…

মন্ত্ৰী ধৰম সিং চৈনীৰ বিজেপি দল ত্যাগ

চৰ্চাত আছে উত্তৰ প্ৰদেশৰ ৰাজনীতি। আগন্তক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে যোগী আদিত্যনাথৰ চৰকাৰৰ  দলৰ পৰা দল ত্যাগ কৰিছে কেইবাজনো মন্ত্ৰী-বিধায়কে। বৰ্তমানৰলৈকে সৰ্বমুঠ দহজন…

৫০ মহিলালৈ কংগ্ৰেছৰ টিকট আৰু কি পৰিকল্পনা প্ৰিয়ংকাৰ ?

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১২৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৫০ গৰাকী মহিলা প্ৰাৰ্থী ৷ বেছিভাগ মহিলাই যোগী আদিত্যনাথৰ শাসনকালত নিৰ্যাতন বা প্ৰতাৰণাৰ সন্মুখীন হৈছে ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতীকি…

অ’ বি চি নেতাৰ বিদ্ৰোহে কঁপাইছে বিজেপিৰ ভেটি

উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৷ এই ৰাজ্যখনত আছে ৮০ টা লোকসভা সমষ্টি ৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ ৷ ফলাফল ঘোষণা কৰা হ’ব ১০ মাৰ্চত ৷ প্ৰাথমিক দৃষ্টিত বিজেপি উত্তৰ…

জনপ্ৰিয়তা কমিছে নেকি বিজেপিৰ?

চেমি ফাইনেলৰ বাবে সাজু নৰেন্দ্ৰ মোদী৷ নির্বাচন আয়োগে ঘোষনা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ সময়সূচী৷ ২৪ ৰ লোকসভা নির্বাচনৰ পূর্বে উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যত হব লগা নির্বাচনক গন্য কৰা হৈছে চেমি ফাইনেল বুলিয়েই৷ কাৰণ এই ৫ ৰাজ্যৰ নির্বাচনী…

দেশৰ ৫ ৰাজ্যত ৭ টা পৰ্যায়ত বিধানসভা নিৰ্বাচন , ফলাফল কেতিয়া ?

কোভিড আকৌ আহিছে ৷ বিদ্যালয় বন্ধ হৈ থাকিব ৷ জনজীৱনত নতুন প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ কিন্তু তাৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ দেশত কোভিডৰ তৃতীয় লহৰ অৰম্ভ হোৱাৰ সময়তে আজি ভাৰতীয় নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ৷…

আজি ঘোষণা হব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

আজি বিয়লি ৩ বজাত  উত্তৰপ্ৰদেশ, পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডত হব লগা আগন্তক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচনী আয়োগে। দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এই ৰাজ্য কেইখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।…

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত। বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। ভোট গণনা পাছতেই নিশা MNDP আৰু SNBC হোষ্টেলৰ মাজত সংঘাত।  উল্লেখযোগ্য যে, এই নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছিল…

অখিলেশ যাদৱক সপোনত কি ক’লে শ্ৰী কৃষ্ণই ?

২০২২ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টিয়ে। এই দাবী কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। সোমবাৰে বিজেপি বিধায়ক মাধুৰী বৰ্মাই সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতেই এই দাবী কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন…