সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

crosscurrent

নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত নিহত ভাৰতীয়

ভাৰত-নেপালৰ কন্দলৰ সময়তে পুনৰ আন এক দুৰ্ঘটনা সংঘটিত হৈছে সীমান্তৱৰ্তী এলেকাত। বিহাৰৰ ছিটামৰ্হিত নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত এজন ভাৰতীয় লোকৰ মৃত্যু হৈছে আৰু ৩জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। পুৱা ৮.৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। অতি…

শ্ৰমিকৰ দৰমহা সন্দৰ্ভত হস্তক্ষেপ নকৰে ছুপ্ৰিম কৰ্টে! স্বস্তিৰ নিশ্বাস নিয়োগকৰ্তাৰ…

দেশজুৰি চলা অৰ্থনৈতিক মন্দাৱস্থাই ব্যাপক প্ৰভাৱ পেলাইছে ব্যক্তিগত খণ্ডত। ফলত নিয়োজিত কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত বিয়োগাত্মক প্ৰভাৱ পৰিছে। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এইক্ষেত্ৰত ন্যায়ালয়ে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব নোৱাৰে।…

অৰবিন্দ কেজৰীৱালৰ শৰীৰত জ্বৰ, ছৰ্দি-কাঁহ

মংগলবাৰে হ'ব ক'ৰোনা টেষ্ট ক'ৰোনা ভাইৰাছৰ উপসৰ্গৰ দৰে প্ৰায়বিলাক উপসৰ্গ দেখা দিয়াৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আইছ'লেশ্যনত ৰখা হৈছে। কেজৰিৱালৰ শৰীৰত সামান্য জ্বৰ, চৰ্দি-কাঁহ ৰোগসমূহ হোৱাৰ পিছতেই আগন্তুক সতৰ্কতামূলকা…

ইতিহাসত নাৰী আৰু নাৰীবাদ

"মহিলা হৈ কোনো জন্ম নলয়,সমাজ আৰু সংস্কৃতিয়েহে মহিলাৰ জন্ম দিয়ে।"(চিমন দি বিভয়ই) পুৰুষ আৰু প্ৰকৃতি ইটো সিটোৰ পৰিপূৰক।নেলী অ'দচহুৰ্ণৰ মতে বহু সময়ত বিজ্ঞানীসকলে লিংগৰ বেলেগ বেলেগ সংজ্ঞা দিছে।কিন্ত্ত মূলতঃ পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যটো…

সাংবাদিকক পুনৰ মুখ বন্ধ কৰাৰ চেষ্টা প্ৰশাসনৰ! প্ৰতিবাদত নামিল সাংবাদিক

ক'ৰোনাই চলোৱা ত্ৰাসৰ মাজতো চৰকাৰী পক্ষই দৃষ্টিনিবদ্ধ ৰাখিছে সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰি প্ৰকাশ কৰা সংবাদসমূহ বাৰে বাৰে চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে। বিগত কালছোৱাত কেইবাগৰাকী সাংবাদিকৰ কলমত বাধা আৰোপ…

“মই মুছলমান লোকৰ এক্স-ৰে নকৰোঁ। এয়া মোৰ শপত।”- ক’লে এজন চিকিত্সকে…

উত্তৰ প্ৰদেশত চিকিত্সালয় মহাবিদ্যালয়ৰ অধীক্ষকৰ মুছলমান বিদ্বেষী তথা ধৰ্মীয় ঘৃণাভাৱ বিয়পোৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত পুনৰ আন এক ঘটনা এতিয়া পোহৰলৈ আহিছে। ৰাজস্থানত এইবাৰ ভাইৰেল হৈছে ধৰ্মবিদ্বেষী কথা লিখা থকা এটা হোৱাটছএপ গ্ৰুপৰ স্ক্ৰীণশ্বট।…

একেলগে ২৫খন বিদ্যালয়ত চাকৰি কৰা উত্তৰপ্ৰদেশৰ এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী!

সপোন নহয়, এক আচৰিত অথচ বাস্তৱ ঘটনা। এইখন দেশতেই ঘটিছে এক আচৰিত ঘটনা। অভিযোগ অনুসৰি, এগৰাকী শিক্ষয়িত্ৰী- কিন্তু তেঁও শিক্ষকতা কৰে ২৫খন বিদ্যালয়ত। ১৩ মাহ শিক্ষকতা কৰি ১ কোটি টকাৰ বেতন লাভ কৰিছে তেওঁ। এই ঘটনা উত্তৰপ্ৰদেশৰ। উত্তৰপ্ৰদেশৰ…

হঠাতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই

সমগ্ৰ বিশ্বতে ক'ৰোনাৰ ত্ৰাসৰ সময়ত হাইড্ৰ'ক্সিক্ল'ৰ'কুইনে সৃষ্টি কৰিছে বহু বিতৰ্কৰ। ড'নাল্ড ট্ৰাম্পেও দিছিল কেতবোৰ মন্তব্য। আনকি তেওঁ নিজে হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই…

নতুন তথা বিত্তীয় বাজেটত ঘোষণা কৰা প্ৰকল্পৰ ক্ষেত্ৰত এবছৰলৈ কেন্দ্ৰই আবণ্টন নকৰে ধন!

আগন্তুক এক বছৰত দেশত কোনো প্ৰকল্পৰ বাবে ধন খৰচ কৰা নহ'ব- এইদৰেই স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। শুক্ৰবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে ক'ৰোনাৰ সাম্প্ৰতিক সময়ত দেশত নিম্নগামী হোৱা অৰ্থব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে…

পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰৰ নতুন কাৰ্যক্ৰমঃ ‘হ্ৰাস কৰিব লাগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ’

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ২০০টাকৈ কৰ্প'ৰেশ্যন আৰু নগৰত 'নগৰ ভান' বা 'নগৰ অৰণ্য' উন্মোচন কাৰ্যসূচী গ্ৰহণ কৰে। নগৰ সমূহত বৰ্তমানে যথেষ্ট পৰিমাণে পৰিৱেশ বিনষ্ট হৈ আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত…