সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

crosscurrent

কি কি কথা-বতৰা হৈছিল প্ৰশান্ত কিশোৰ আৰু কংগ্ৰেছৰ মাজত?

কি কি কথা-বতৰা হৈছিল প্ৰশান্ত কিশোৰ আৰু কংগ্ৰেছৰ মাজত? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook:…

দেশে এতিয়া জাতীয় প্ৰতীক সমূহক সন্মান প্ৰদর্শনত গুৰুত্ব আৰোপ কৰিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনাতাঁৰ কাৰ্যসূচী "মন কি বাত" ৰ এই বৰ্ষৰ আজি প্ৰথমটো খণ্ড। আজি মহাত্মা গান্ধীৰ ৭৪ সংখ্যক মৃত্য বাৰ্ষিকী। অৰ্থাৎ শ্বহীদ দিৱস। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে "মন কি বাত" অনুষ্ঠানৰ জৰিয়তে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি…

মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৰ অলিম্পিকত ৰূপৰ পদক জয়

মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৱে অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ইয়াৰ লগে লগে টকিঅ’ অলোম্পিকত ভাৰতে পদকৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিলে ৷ভাৰত্তোলনৰ ৪৯ কে জি শাখাত তেও এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৷ ২০০০ চনত ছিডনী…

৮৫শতাংশ শ্ৰমিক ঘৰলৈ উভতাৰ নামত খৰছ কৰিবলগীয়া হৈছিল নিজা ধন…

দেশৰ এটা স্বেচ্ছাসেৱী সংগঠন ষ্টেণ্ডাৰ্ড ৱৰ্কাৰ্ছ একশ্যন নেটৱৰ্কৰ মতে দেশৰ ৮৫শতাংশ শ্ৰমিকে স্ব-ৰাজ্যলৈ ঘুৰি যোৱাৰ বাবদ নিজা ধন খৰছ কৰিব লগা হৈছে। ২৮ মেত ছুপ্ৰীম কৰ্টে প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰৰ ধনেৰে ঘুৰাই অনাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান…

২১সপ্তাহীয়া অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰ্গাৰৰ পক্ষত মাৰ্কিন সংগঠন

১২ বাৰ জামিন আবেদনৰ পিছতো অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰগাৰে পোৱা নাই জামিন। এইবাৰ ছাফুৰাৰ জামিনৰ পক্ষত মাত দিছে মাৰ্কিন আইনজীৱী সংগঠনে। তেওঁলোকে কয় যে ছাফুৰাক বন্দী কৰি ৰখাটো আন্তৰ্জাতিক আইন বিৰোধী কাৰ্য। সংশোধিত নাগৰিকত্ব…

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰ'লত ৬২ পইচা আৰু ডিজেলৰ ৬৩পইচাকৈ বৃদ্ধি পালে দেশত। উল্লেখ্য যে আন্তৰ্জাতিক বজাৰৰ সৈতে সামঞ্জস্য ৰাখি ২০১৭ চনৰ পৰা প্ৰায়ে সলনি হৈছিল পেট্ৰ'ল-ডিজেলৰ দাম। তাৰ সৈতে তুলনা কৰিলে…

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন ব্যৱসায়ীৰ সৈতে আছে নেক্সাছ? পঢ়ক Exclusive Report

বিষয়- হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকা।হিমন্ত বিশ্ব শৰ্মা পলিটিচিয়ান। ঘনশ্যাম ধানুকা ব্যৱসায়ী।দুয়ো অতি ঘনিষ্ঠ। ৰাজনীতিকৰ আৰু ব্যৱসায়ীৰ মাজত গঢ়ি উঠা এই নেক্সাচৰ ফলত ৰাজ্যত চলি থকা অবাধ দুনীৰ্তিৰ দস্তাবেজ আমি আজি উন্মোচন কৰিম সম্পূৰ্ণ…

এখন চহৰত একোটা বাসগৃহৰ বেচাদাম ৮৫টকা! অবিশ্বাস্য হ’লেও সত্য।

এটা বাসগৃহৰ দাম ৮৫টকা! অবিশ্বাস্য হোৱাটো সাধাৰণ কথা। কিন্তু সঁচাকৈয়ে এটা ঘৰৰ দাম মাত্ৰ ৮৫টকাত বিক্ৰী কৰিব গৃহৰ মালিকে। কিন্তু ক'ত আছে এই ৮৫টকীয়া ঘৰ? কিয় বিক্ৰী কৰিব কেৱল ৮৫টকাৰ বিনিময়ত এটা ঘৰ? ইটালী, ইটালীৰ সেই বিশেষ বাসগৃহ আপুনি লটাৰীৰ…

গুজৰাটসহ দেশৰ ৫ৰাজ্যৰ পৰিস্থিতিক উচ্চতম ন্যায়ালয়ে দিলে ‘ভয়ানক’ আখ্যা

দেশৰ ৫খন ৰাজ্যত ক'ৰোনা ৰোগীৰ চিকিত্সা আৰু ক'ৰোনাত মৃত্যু হোৱা লোকক দিবলগীয়া মৰ্যাদাৰ ক্ষেত্ৰত পৰিস্থিতি অতি ভয়ানক আখ্যা দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই পশ্চিমবংগত ভাইৰেল হোৱা এটা ভিডিঅ'ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল…

ক’ৰোনা পৰিস্থিতিত ৩৩,১৫৫ জন কাৰাবন্দীক জামিনত মুকলি

বাংলাদেশত ক'ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ জে'লত বন্দীসকলৰ মাজতো সংক্ৰমণৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৬০হাজাৰ ৩৮৯ টা গোচৰৰ নিষ্পত্তি কৰিছে দেশখনৰ আদালতে। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই…