সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CAA

‘জনগণৰ আচৰণ সলনি দেশৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতি’

(ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে  ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  অসম বিধান সভাৰ বিশেষ অধিবেশনত আগবঢ়োৱা ভাষণৰ সুবহু লিখিত ৰূপ ) অসম বিধান সভাৰ বিশেষ অধিবেশন ভাৰতবৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত মোৰ…

২২ নাগৰিকৰ মৃত্যুৰ পাছতো উত্তৰ প্ৰদেশত ‘কা’ কিয় ইছ্যু নহয় ?

২০১৯ চনৰ ডিচেম্বৰ মাহত দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৃষ্টি হৈছিল গণজাগৰণৰ ৷ অসমৰ পৰা উত্তৰ প্ৰদেশলৈ সকলোতে ‘কা’ বিৰোধী আন্দোলনে উত্তাল কৰিছিল ৰাজপথ ৷ কেৱল উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী আন্দোলনত ২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ…

নিৰ্বাচন আহি আছে, অসমত বৰ্তমান চলিছে নতুন ৰাজনৈতিক দলৰ জোৱাৰ

নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী, কিন্তু যোৱা প্ৰায় ৪-৫ মাহত অসমত আবিৰ্ভাৱ হৈছে বহু কেইটা নতুন দলৰ। 'কা' আন্দোলনৰ ফলত অসমৰ জনগণৰ যি বিজেপি বিৰোধী মত তাক লৈয়ে যেন সকলো জলপনা কল্পনা। ইতিমধ্যে অসমত কেইবাটাও ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া…

জুবিন গাৰ্গ, বিপিন চাউদাংৰ পিছত মন সলনি হৈছে যতীন বৰাৰো

জুবিন গাৰ্গ, বিপিন চাউদাং ৰ পিছত এইবাৰ মন সলনি হৈছে যতীন বৰাৰো। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ বিজেপিলৈ যোৱাৰ মন মেলিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি পুনৰ গেৰুৱা বসন…

অসমৰ ILP ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি, উত্তৰ দিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ পৰা Inner Line Permit প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ১১ ডিচেম্বৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই কৰা আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ শাৰদ…

২১’ত চাই ল’ম-বুলন কুমাৰ শইকীয়া

"আছুৰ নেতৃত্বক সাক্ষী কৰি এচাম খ্যাতি সম্পন্ন শিল্পীয়ে ২০২১ত শাসকীয় দলক চাই ল’ম বুলি হুংকাৰো দিছিল ৷ প্ৰতিবাদী মঞ্চৰ পৰা সৰ্বা হিমন্তক উদ্দেশ্যি থুই পেলোৱা হৈছিল ৷ দুই জনৰ অহিত কামনাৰে খেনোৱে গোসাঁই ঘৰত চাকি দিয়াৰ কথাও ৰাজহুৱাকৈ ঘোষণা…

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন পুনৰ নাকচ

'কা' আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিলে 'নিয়া'ৰ আদালতে। চান্দমাৰী থানাৰ ১৩/১৯ গোচৰৰ শুনানিত 'নিয়া'ৰ আদালতে 'কা' আন্দোলনৰ নেতা জনৰ জামিন নাকচ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই জনোৱা মতে,ইয়াৰ পাছত তেওঁলোকে উচ্চ…

‘কা’ ৰ নিয়মাৱলী প্ৰস্তুত কৰাত ব্যৰ্থ কেন্দ্ৰীয় চৰকাৰ, অধিক সময় বিচাৰি গৃহ মন্ত্ৰালয়ৰ…

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে দিল্লীৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। 'কা' বলবৎ কৰিবলৈ প্ৰয়োজনীয় আইন খনৰ নিয়মাৱলী প্ৰস্তুত কৰাত বিফল হৈছে কেন্দ্ৰীয় চৰকাৰ। যাৰ ফলত নিয়মাৱলী প্ৰস্তুত কৰাৰ…