সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assamgovt

ক’ভিড প্ৰট’কল উলংঘা : চৰকাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম জাতীয় পৰিষদৰ

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্য্ভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে স্বগৃহলৈ ঘূৰি আহিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। অসমত উপস্থিত হৈয়েই বিজেপিৰ ৰাষ্ট্ৰীয় নেতা জেপি নাড্ডাৰ নিৰ্দেশ মৰ্মে ‘জন আশীৰ্বাদ যাত্ৰা’ শীৰ্ষক এক বিশেষ…

কেনেকৈ এ আৰ ৰহমানৰ মিউজিক চুৰিত অভিযুক্ত হ’ল অসম চৰকাৰ ?

সংগীত জালিয়াতিৰ অভিযোগত অভিযুক্ত হৈছে অসম চৰকাৰ ৷ বিশ্ব বিশ্ৰুত সংগীতজ্ঞ এ আৰ ৰহমানৰ মিউজিক চুৰিৰ অভিযোগ উত্থাপণ হৈছে অসম চৰকাৰৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ ১০০ দিন…

চৰকাৰৰ ১০০ দিন : কোন তিনিগৰাকী মন্ত্ৰীৰ বাবে অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা  ?

ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ এশটা দিনৰ কাম কাজক লৈ সফলতাৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এই এশটা দিনত তিনিগৰাকী মন্ত্ৰীৰ কাম কাজে বেকফুটলৈ ঠেলি দিলে চৰকাৰখনক ৷অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ৷ কোন এই…

আপুনি কিয় সাংবাদিক হব নালাগে?

আপুনি নিজকে অথবা আপোনাৰ আপোন কাৰোবাক সাংবাদিক হব নিদিব৷কিন্তু কিয়? ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ সাংবাদিক আক্ৰমণৰ তালিকাত এইবাৰ নাম আহিছে অসমৰ৷ইণ্ডিয়া প্ৰেছ ফ্ৰীডমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনত অসমত ৭ জনকৈ সাংবাদিক আক্ৰমণৰ বলি হোৱা হোৱা…

অসমত AFSPA ৰ ম্যাদ পুনৰ ছয় মাহৰ বাবে বৃদ্ধি

অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) ৰ ম্যাদ পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ অসমক "অশান্ত অঞ্চল' বুলি ঘোষিত কৰাৰ পাছত অসমত AFSPA প্ৰযোজ্য কৰা হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনে প্ৰকাশ কৰা এক বাতৰি অনুসৰী অহা ২৮…

আৰু কিমান দিনলৈ লকডাউন বৃদ্ধিৰ পোষকতা অসম চৰকাৰৰ?

অসমত দুসপ্তাহ বৃদ্ধি হ'ব পাৰে লকডাউন৷ কেৱল অসমেই নহয় ,সমগ্ৰ দেশত দুসপ্তাহ লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছে অসম চৰকাৰে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আনুষ্ঠানিক পৰামৰ্শও আগবঢ়াইছে৷ উল্লেখ্য যে , লকডাউন ৪.০ সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ পৰা পৰামৰ্শ…

অসম চৰকাৰলৈ বিদেশৰ পৰা ২ হাজাৰ ই-মেইল

অসম চাৰকাৰলৈ ২ সহস্ৰাধিক বিদেশত আৱদ্ধ হৈ থকা লোকে ই- মেইল প্ৰেৰণ কৰি ৰাজ্যখনলৈ ঘূৰি অহাৰ ইচ্ছা ব্যক্ত কৰিছে৷আজি ৰাজ্য চৰাকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক টুইটযোগে এই কথা সদৰী কৰে৷ তেওঁ উল্লেখ কৰে যে ২ হাজাৰতকৈও অধিক লোকৰ পৰা চৰকাৰে…