সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assamgovt

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল ‘বিহু’

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল বিহু। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা ৰাজ্য চৰকাৰে আঁতৰাই দিলে ঐচ্ছিক বিষয় বিহু। লগতে আঁতৰাই দিলে স্বদেশ অধ্যয়নৰ পাঠ্যক্রম। আনহাতে স্কুলীয়া শিক্ষাত অন্তর্ভুক্ত হ'ল চাৰিটা নতুন ভাষা। তিৱা,…

সুখবৰঃ ১৯ অক্টোবৰৰ পৰা খুলিব সকলো শিক্ষানুষ্ঠান

ৰাজ্যত বিগত দুটা বৰ্ষত ক'ভিড পৰিস্থিতি আৰু লকডাউনৰ বাবে বিধ্বস্ত হৈ পৰিছে সাধাৰণ জনজীৱন। ২টাকৈ শৈক্ষিক বৰ্ষ শ্ৰেণীকোঠাৰ বাহিৰত থাকি পাঠ্যক্ৰমৰ পৰা প্ৰায় সংযোগ বিচ্ছিন্ন হৈ পৰিছে শিক্ষাৰ্থী সমাজ। তদুপৰি অসমৰ দৰে ৰাজ্য এখনত অনলাইন ক্লাছেও…

দৰঙত হিমন্ত বা ভূপেন বৰাৰ মানুহ মৰা নাই-আমাৰ মানুহ মৰিছেঃ AIUDF

দৰঙৰ উচ্ছেদ আৰু হিংসাক লৈ মুখ্যমন্ত্ৰীক দলে বলে সাক্ষাৎ কৰিলে AIUDFৰ নেতৃবৰ্গই। AIUDF নেতাৰ মুখ্যমন্ত্ৰীক মুছলমানৰ তেজক লৈ ৰাজনীতি নকৰিবলৈ সকীয়ণি দি সংবাদ মাধ্যমৰ আগত কয় যে - AIUDFয়ে মুছলমানক লৈ ৰাজনীতি নকৰে। এই ভুক্তভোগী মানুহখিনিৰ লগত…

গৰুখুঁটিৰ কাণ্ডৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

⚫ গৰুখুঁটি কাণ্ডৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। ⚫ ধৃত ব্যক্তি দুজন আছমত আলি আৰু ছান মামুদ। ⚫ CID য়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন ব্যক্তিকে। ⚫ উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তি দুজনক। ⚫ নিশাৰ ভাগতেই…

অসমত মোডীৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ আয়োজনঃ ৮ লাখ ভেকচিন প্ৰদানৰ লক্ষ্য

সৰ্বমুঠ ৮ লাখ ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন পালন কৰিব অসম চৰকাৰে। ৰাজ্যৰ ৪০০০ টিকাকৰণ কেন্দ্ৰত দিয়া হব ভেকচিন। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী গৰাকীক।…

সুখবৰঃ আজি আপোনাৰ একাউণ্টত সোমাব ধন

আজি ১০ ছেপ্টেম্বৰ। আজি পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন জমা হব হিতাধিকাৰীৰ একাউন্টত। ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়েও পাব এই ধন। ৪৩.৭২ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ধন। বিধৱা পেঞ্চন আৰু দিব্যাংগৰ সাহাৰ্য্যৰ ধনো একাউন্টত সোমাব বুলি…

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষণাৰ পাঠ্যক্ৰমত জ্যোতিষ শিক্ষাৰ অন্তৰ্ভূক্তিঃ কি ক’লে…

প্ৰেছ বিজ্ঞপ্তি গুৱাহাটী : ৪ ছেপ্টেম্বৰ, ২০২১ কিছুদিন পূৰ্বে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) পাঠ্যক্ৰমত জ্যোতিষ শিক্ষাৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে দেশৰ লগতে ৰাজ্যখনৰো ইলোৰা বিজ্ঞান মঞ্চকে ধৰি বিভিন্ন সংগঠন, বিজ্ঞানী…

আজিৰে পৰা ঘৰতে বহি ড্ৰাইভিং লাইচেন্স লাভ কৰিব আপুনি! কিন্তু কেনেকৈ?

এতিয়াৰে পৰা লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে আপুনি আৰু ডিটিঅ' অফিচত দীঘলীয়া শাৰী পাতিব নালাগে। আজিৰে পৰা ঘৰতে বহি অনলাইন যোগে লাৰ্ণাৰ্চ লাইচেন্স লাভ কৰিব আপুনি। আজি দিনৰ ১২ বজাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত…

নন্দিতা শইকীয়াৰ মৃত্যুৰ লগতে আন বিষয়ত কি কি সিদ্ধান্ত হ’ল আজিৰ কেবিনেটত ?

কেবিনেট  বৈঠকৰ আৰম্ভণিতে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ দুৰ্ভাগ্যজনক মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে।  চৰকাৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক ইতিমধ্যে গোচৰটোৰ দ্ৰুত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে , যাতে…

মাইক্ৰ’ফাইনেন্সৰে চৰকাৰৰ চুক্তি : কোনে , কেনেকৈ ঋণ ৰেহাই পাব ?

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত মঙলবাৰে অসম চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্স কোম্পেনীসমূহৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ অসমত ঋণ প্ৰদান কৰি থকা ৩৮ টা মাইক্ৰ’ফাইনেন্স কোম্পেনী আৰু বেংকে চুক্তিত স্বাক্ষৰ কৰে ৷ ২০২৩ চনৰ ৩১ মাৰ্চলৈ এই  …